skip to Main Content

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ


শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষনত মনত বহু আশা লৈ সাজু হৈছে মহানগৰীৰ বহু কেইখন দুৰ্গা পূজা কমিটি। কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ অনুযায়ী শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে পূজা কমিটি সমূহ। এটা মাহৰ প্ৰাকক্ষণতেই শাৰদীয় দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি কৰিছে দুৰ্গা পূজা সমিতিয়ে। অহা ১১ অক্টোবৰ পৰা ১৪ অক্টোবৰ লৈ আয়োজন কৰা হ’ব শাৰদীয় দুৰ্গা পূজা।

Back To Top