
ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী অসমৰ ফ্লৰিনা গগৈ।কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4ৰ চূড়ান্ত বিজয়ী অসমৰ ফ্লৰিনা।শনিবাৰে গ্ৰেণ্ড ফিনালেত অসমৰ ফ্লোৰিনা গগৈ বিজয়ী হৈছে।ফ্লোৰিনাই ১৫ লাখ টকাৰ পুৰষ্কাৰৰ ধনৰ সৈতে লাভ কৰিছে ট্ৰফী।