skip to Main Content

ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ নামত বনাঞ্চল ধ্বংসৰ বিৰোধিতাৰে আছুৰ মানৱ শৃংখল।


ডবকা বনাঞ্চলৰ বহু বছৰ পুৰণি মূল্যবান গছসমূহ ৰক্ষাৰ বাবে বুধবাৰে ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডবকা-ডিফু সংযোগী পথৰ ওপৰত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কেইবা শতাধিক আছু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

Back To Top