skip to Main Content

আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫ত জন্ম জয়ন্তী


আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী।প্ৰায় দুবছৰ ধৰি তেওঁৰ জন্মদিন আনুষ্ঠানিকভাৱে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়।যিহেতু তেওঁ স্বাধীনতা সংগ্ৰামৰ এজন দুৰন্ত সৈনিক আছিল।নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিনটো সমগ্ৰ দেশতে পৰাক্ৰম দিৱস বা বীৰত্ব দিৱস হিচাপেও পালন কৰা হয়।

Back To Top