skip to Main Content

ছাত্ৰ নেতাক গুলিওৱাৰ ঘটনাৰ তীব্ৰ গৰিহণা ৰাইজৰ দলৰ


নগাঁৱত ছাত্ৰ নেতাক গুলিওৱাৰ ঘটনাৰ তীব্ৰ গৰিহণা ৰাইজৰ দলৰ।ৰাজ্যত চলা পুলিচৰাজৰ এইয়া ভয়ংকৰ পৰিণাম বুলি মন্তব্য ৰাইজৰ দলৰ। ৰাজ্যত এতিয়া গুপ্ত হত্যাতকৈও ভয়ংকৰ পৰিস্থিতি চলিছে। এই ঘটনাৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ লগতে ঘটনাত জড়িত আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দলৰ।

Back To Top