Skip to content

আজি ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্মদিন

আজি ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্মদিন। তেওঁৰ সুন্দৰ কণ্ঠস্বৰৰ যাদু সমগ্ৰ বিশ্বতে বিয়পাইছে। ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত তেওঁৰ জন্ম। তেওঁৰ দেউতাক দীননাথ মংগেশকাৰ। তেওঁ এজন বিখ্যাত সংগীতজ্ঞ আছিল। লতা মংগেশকাৰৰ চিৰসেউজ গানবোৰ আগতে যিমান শুনা গৈছিল আজিও সিমান শুনা যায়। লতা মংগেশকাৰে গোটেই জীৱন গুৰুৰ পাঠ মনত ৰাখিছিল আৰু গ্ৰহণ কৰি চলিছিল।

Back To Top