skip to Main Content

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত উপস্থিত হৈ এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ একমাত্ৰ জৈৱ বৈচিত্ৰ উদ্যান কাজিৰঙাৰ অৰ্কিড পাৰ্কত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে জুবিন গাৰ্গে। অৰ্কিড উদ্যানলৈ অহা পৰ্য্যটকৰ সৈতে ফটো উঠিলে জনপ্রিয় কণ্ঠ শিল্পী গৰাকীয়ে।

Back To Top