skip to Main Content

আজি DC COURTত নিচা মুক্তি অভিযানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

  • Assam


আজি DC COURTত নিচা মুক্তি অভিযানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।DC ৰ লগতে মনোৰোগ বিশেষজ্ঞ,গায়িকা ড০সংগীতা কাকতি কে ধৰি বিভিন্ন সমাজ সচেতন লোক তাত উপস্হিত থাকে।নৱ-প্ৰজন্মৰ মাজৰ পৰা নিচা আতৰাই এখন নিচা মুক্ত সমাজ গঢ়ি তুলাৰ এক প্ৰচেষ্টা সকলোৱে হাতত লৈছে।

Back To Top