skip to Main Content

আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো।

৮ অক্টোবৰ শুকুৰবাৰে গুৱাহাটীৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানি গ্ৰুপক আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয়। বিমানবন্দৰটোৰ অভিযান, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব এতিয়াৰে পৰা আদানি গ্ৰুপৰ হাতলৈ গ’ল।

Back To Top