skip to Main Content

আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত অগ্নিকাণ্ড। ট্ৰেইনৰ এটা অংশৰ ক্ষতি।

আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ট্ৰেইলৰ। এই অগ্নিকাণ্ডত এখন মালবাহী ট্ৰেইনৰো কিছু অংশ ভস্মীভূত হয়।

Back To Top