skip to Main Content

ইউক্ৰেইনৰ সেনাক আত্মসমৰ্পণ কৰিবলৈ সময়সীমা বান্ধি দিলে ৰাছিয়ান সেনাই

ইউক্ৰেইনৰ সেনাক আত্মসমৰ্পণ কৰিবলৈ সময়সীমা বান্ধি দিলে ৰাছিয়ান সেনাই।যদি জীৱন লাগে তেন্তে ৬বজাৰ আগত আত্মসমৰ্পণ কৰক।মাৰিয়ুপল দখল কৰাৰ পিছতে ৰাছিয়ান সেনাৰ সকীয়নি ইউক্ৰেইনৰ সেনাক।মস্কোৰ সময় অনুসৰি ৬ বজালৈ সময় বান্ধি দিছে সেনাই।যদি আত্মসমৰ্পণ কৰে তেন্তে ক্ষমা কৰি দিব ৰাছিয়ান সেনাই।

Back To Top