skip to Main Content

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বধিৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষা বাধ্যতামূলক প্ৰৱৰ্তনৰ দাবী।
বধিৰ বিদ্যালয়ত খালী হৈ থকা ৫/৬ টা পদ পূৰণৰ লগতে জৰাজীৰ্ণ আৱাসগৃহ মেৰামতিৰ দাবী।

Back To Top