skip to Main Content

খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

পূজাৰ পাছত খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।১৯অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ কথা ঘোষণ কৰিলে শিক্ষামন্ত্ৰীয়ে।১৯অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আৰম্ভ হব পাঠদান।সপ্তাহত তিনিদিনকৈ হব পাঠদান।১অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ আৰম্ভ হব পাঠদান।

Back To Top