skip to Main Content

গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ


গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ।টুইটাৰৰ জৰিয়তে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ড্ৰাগছখিনি এটা আন্তঃৰাজ্যিক চক্ৰৰ পৰা জব্দ কৰে।ড্ৰাগছখিনি জব্দ কৰে মহানগৰ আৰক্ষীৰ বিশেষ স্কোৱাডে লগতে গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক।জইণ্ট CP পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলাইছিল এই অভিযান।

Back To Top