skip to Main Content

দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ অৱস্হান ধৰ্মঘট কাৰ্যসূচী

আজি দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদে অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইদৰে অসম জাতীয় পৰিষদে এক ধৰ্মঘট কাৰ্যসূচী পালন কৰে।যেতিয়ালৈকে বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰে অসম জাতীয় পৰিষদে ৰাইজৰ হৈ আগলৈও এইদৰে অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে।

Back To Top