skip to Main Content

লতাশিল আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা

  • Assam

পুণৰ লতাশিল আৰক্ষীৰ অভিযানত জব্দ হয় গাঞ্জা৷ ৫ কেজি গাঞ্জা জব্দ কৰিলে Special Operation Groupএ। ৰৌটাৰ পৰা চিটি বাছত আনিছিল গাঞ্জাখিনি৷ বোন্দাত SOGয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। গাঞ্জা ক্ৰয়-বিক্ৰিৰে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিলীপ দৈমাৰী নামৰ লিকজনে বিক্ৰী কৰিবলৈ আনিছিল গাঞ্জাখিনি৷ দীপক সৰকাৰ আৰু অঞ্জনা সৰকাৰে ক্ৰয় কৰিবলৈ লৈছিল গাঞ্জাখিনি। তিনিওকে SOGয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

Back To Top