Skip to content

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ। ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই।মাত্ৰ তিনিটা ৰেঞ্জ হে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।পৰ্যটকসকলে বৰ্তমান উদ্যানখনত জিপ চাফাৰিহে কৰিব পাৰিব।লগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানখনো।

Back To Top