skip to Main Content

ৰুৰেল ৱেলফেয়াৰ চ’ছাইটিৰ এখন সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত


আজি ৰুৰেল ৱেলফেয়াৰ চ’ছাইটিৰ এখন সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।ভিতৰুৱা তথা আৰ্থিকভাৱে দুৰ্বল মহিলা সকলক সহায় কৰাই হৈছে তেওঁলোকৰ লক্ষ্য।ইয়াৰ মুৰব্বী হৈছে বিশিষ্ট নাৰিশক্তি চাবিনা সৰকাৰ।

Back To Top