The Dhubri Excise Department conducted a successful operation across the district, seizing contraband worth Rs…
আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ এক সংবাদমেল অনুষ্ঠিত হয়
চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।সদৌ অসমৰ নতুনকৈ প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ২১০৭ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিখিনি মুখ্যমন্ত্ৰীয়ে কোন মাহত তথা কিমান তাৰিখে দিব তাৰ ওপৰত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।