The Dhubri Excise Department conducted a successful operation across the district, seizing contraband worth Rs…
আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ
আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ।অন্ত:সত্বা পত্নীক এৰি আলফাত যোগদান কৰিলে কংগ্ৰেছৰ যুৱ নেতা জনাৰ্দন গগৈয়ে।এটা ফেচবুক পষ্ট যোগে পত্নীক জনাই যে তেওঁ ইতিমধ্যে আলফাত যোগদান কৰিছে।তেওঁৰ মতে এচাম মানুহে অসমীয়া জাতিটোক ধ্বংশ কৰি পেলাইছে।মই জানো তোমাৰ কষ্ট হ’ব,কিন্তু কি কৰিবা উপাই নাই।আমাৰ যুদ্ধ এটা বৃহৎ শক্তিৰ সৈতে।