In response to the increased summer passenger demand, Guwahati will operate three pairs of summer…
পৰ্যটকৰ বাবে সুখবৰ। বাৰিষাৰ বাবে এইবাৰ বন্ধ নহয় মানাহ ৰাষ্ট্ৰীয় উদ্যান
পৰ্যটকৰ বাবে সুখবৰ। বাৰিষাৰ বাবে এইবাৰ বন্ধ নহয় মানাহ ৰাষ্ট্ৰীয় উদ্যান।পূৰ্বে বাৰিষাৰ আৰম্ভণিতে মে’ মাহৰ পৰাই পৰ্যটকৰ বাবে অক্টোবৰ-নৱেম্বৰ মাহলৈ বন্ধ ৰখা উদ্যানখন এইবেলি প্ৰথমবাৰ এনে ব্যতিক্ৰমীভাবে কৰ্তৃপক্ষই অহা ৩০ জুনলৈ খোলা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমুহৰ ভিতৰত মানাহেই একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যিখন পৰ্যটকৰ বাবে বাৰিষাৰ সময়তো কৰ্তৃপক্ষই খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷