skip to Main Content

পানীখাইতিৰ ১৬টা পৰিয়াল আৰু গুৱাহাটীৰ ৩৬৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী প্ৰশাসনৰ


গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ আশংকাই দেখা দিছে। গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।গুৱাহাটীৰ পানীখাইতিত ভয়াৱহ ভূমিস্খলনৰ আশংকা। শীঘ্রেই বাসগৃহ খালী কৰাৰ নিৰ্দেশ চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ। পানীখাইতিৰ ১৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী প্ৰশাসনৰ।গুৱাহাটীৰো ৩৬৬টা পৰিয়াললৈ প্ৰশাসনৰ জাননী। ভূমিস্খলনৰ বাবে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।

Back To Top