Skip to content

ন’ৰা ফাতেহী আৰু জেক’লিন ফাৰ্ণাণ্ডেজক EDৰ চমন

২০০ কোটি টকাৰ ধন আত্মসাতৰ গোচৰত সুকেশ চন্দ্ৰ শেখৰ আৰু তেওঁৰ পত্নী অভিনেত্ৰী লীনা প’লক ইডিৰ সোধ–পোচ। বৰ্তমান এই গোচৰত নাম সাঙোৰ খাইছে বলিউড ৰ অভিনেত্ৰী ন’ৰা ফাতেহী। ইডিৰ ন’ৰালৈ চমন। আজি দিল্লীস্থ ইডিৰ কাৰ্যালয়ত ন’ৰাক সোধা–পোচা কৰিবলৈ মাতি পঠিওৱা হৈছে। একেটা গোচৰত জেকলিন ফাৰ্ণাণ্ডেজলৈও চমন।

Back To Top