skip to Main Content

গণতন্ত্ৰ দিৱসত ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

২১ বৰ্ষৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক। কিন্তু শেহতীয়াকৈ ক'ৰুণাৰ ভয়াবহ ৰূপৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰিছে বৰিছ জনছনে। ইতিমধ্যে ব্ৰিটেইনত লক ডাউন ফেব্ৰুবাৰীৰ মাজভাগলৈকে বৃদ্ধি কৰা হৈছে।

Read More

ৱাৰ্ডফ্লুৰ বিভীষিকা

ক’ৰনাৰ পিছতেই দেশত সংহাৰ ৰূপ ধাৰণ কৰিছে পক্ষীজ্বৰ বা ৱাৰ্ডফ্লুই। এতিয়ালৈকে চাৰিখন ৰাজ্যত ৱাৰ্ডফ্লুৰ আতংক। ৰাজস্থান, কেৰেলা, মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশত ৱাৰ্ডফ্লুত মৃত্যু পক্ষীৰ।

Read More

গুৱাহাটী-উমৰাংচুৰ মাজত ছি-প্লেন

শীঘ্ৰেই গুৱাহাটী আৰু উমৰাংচুৰ মাজত চলিব ছি-প্লেন । কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দভিয়াই এই কথা প্ৰকাশ কৰে। 'সাগৰমালা ছি প্লেন সেৱা' ৰূপে ইয়াক আৰম্ভ কৰা হ'ব। ইয়াৰ ফলত গুৱাহাটী-উমৰাংচুৰ দুৰত্ব অতিক্ৰমৰ বাবে সময় লাগিব মাত্ৰ ৩৫ মিনিট।

Read More

ক’ৰণাৰ টীকাকৰণ

সম্প্ৰতি ভয়াবহ ৰূপ লোৱা ক'ৰণাৰ টীকাকৰণ অতি শীঘ্ৰেই আৰম্ভ হ’ব ভাৰতত। দেশবাসীক এই আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ড্ৰাগ্ছ কনট্ৰ’লৰ প্ৰধানে দুটাকৈ টিকাক অনুমোদন দিয়াৰ পাছত ভাৰত এই সম্ভাৱনা সজীৱ হৈ উঠিছে। অহা মাৰ্চৰ পৰাই আৰম্ভ হ’ব পাৰে ভাৰতত কৰ’নাৰ…

Read More

গণৰাজ্য দিৱসৰ প্ৰতীকপটত চাহ

সাম্প্ৰতিক সময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা গণৰাজ্য দিৱসৰ প্ৰতীকপটত থাকিব অসমৰ চাহ। আনকি, চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন কৃষ্টিসংস্কৃতিৰো প্ৰতিকী প্ৰদৰ্শন হ’ব গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত।

Read More

দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই

অসম বিধানসভাৰ আনুষ্ঠানিক জাননী মতে বিৰোধী দলৰ দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ পদত্যাগৰ বাবে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে কেবিনেট মৰ্যাদাও হেৰুৱালে দেৱব্ৰত শইকীয়াই ।

Read More

প্ৰমোদ বড়ো বিটিচি চীফ

ব্ৰহ্মপুত্ৰ ৰাজ‍্যিক অতিথি শালাৰ পৰা বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল যোগে প্ৰকাশ কৰে যে প্ৰমোদ বড়ো বিটিচি চীফ হিচাপে ১৫ ডিচেম্বৰত অনুস্থিত হ'ব শপতগ্ৰহন কৰিব। লগতে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিব ইউ পি পি এল আৰু গণ সুৰক্ষা পাৰ্টিয়ে।

Read More

শীঘ্ৰে ভংগ হোৱাৰ দিশে বিজেপি বিপএফৰ মিত্ৰতা৷

বিটিএডি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত চলিছে ধুমুহা৷ শীঘ্ৰে ভংগ হোৱাৰ দিশে বিজেপি আৰু বিপিএফৰ মিত্ৰতা৷মুলত বিটিএডি নিৰ্বাচনক লৈয়ে ইমানদিনে মিত্ৰতাত থকা দুয়োটা দলৰ মাজত সংঘাত সৃষ্টি হৈছে৷এই সংঘাতৰ বাবেই দুয়োটা দলে এতিয়া মিত্ৰতা ভংগৰ বাবে সাজু হৈছে৷ইফালে ২১ৰ নিৰ্বাচনত বিটিএডিৰ…

Read More

১৭ ডিচেম্বৰত তিৱা পৰিষদৰ নিৰ্বাচন৷

বিটিএডিৰ লগতে নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিনো ঘোষণা কৰিলে৷অহা ১৭ডিচেম্বৰত অনুস্থিত হব তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ ভোটগ্ৰহন৷মুঠ ৩৬টা সমষ্টিৰ বাবে অনুস্থিত হবলগীয়া পৰিষদৰ নিৰ্বাচনৰ ১৯ ডিচেম্বৰত ভোটগণনাৰে ফলাফল ঘোষিত হব৷

Read More

৭ আৰু ১০ ডিচেম্বৰত বিটিএডিৰ নিৰ্বাচন৷

অৱশেষত ঘোষিত হল বিটিএডিৰ নিৰ্বাচনৰ দিন৷অহা ৭ আৰু ১০ডিচেম্বৰত দুটা পৰ্যায়ত অনুস্থিত হব বিটিএডিৰ ভোটগ্ৰহন৷ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰিলে বিটিএডিৰ নিৰ্বাচনৰ দিন৷৭ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহন অনুস্থিত হব৷ইফালে ১০ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুস্থিত হব ভোটগ্ৰহন৷আনহাতে ১২ডিচেম্বৰত…

Read More
Back To Top