skip to Main Content

দুৰ্বল প্ৰদৰ্শনৰ বাবে বিহাৰত ফলাফল বেয়া হল কংগ্ৰেছৰ৷

বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় ফলাফল নতশীৰে মানি ললে কংগ্ৰেছে৷যোৱাকালি ঘোষণা হোৱা ফলাফলত কংগ্ৰেছৰ শোচনীয় ফলাফলৰ বাবে বিহাৰ কংগ্ৰেছে দলটোৰ প্ৰদৰ্শন উন্নত নোহোৱাৰ বাবে এনে হোৱা বুলি উল্লেখ কৰিছে৷নিৰ্বাচনৰ আগমুহূৰ্তত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছৰ ফলাফল উন্নত নহল বুলিও…

Read More

কভিড১৯ক পৰাজিত স্মৃতি ইৰানীৰ৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুৱলি ইৰানীয়ে পৰাস্ত কৰিলে কভিড১৯ক৷যোৱা ২৮ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কৰোনাৰ স্থিতি ধৰা পৰাৰ পিছত বিগত দিনকেইটা চিকিৎসালয়ত কটাবলগীয়া হৈছিল৷অৱশেষত তেওঁৰ বৃহস্পতিবাৰে কভিডৰ ফলাফল নিগেটিভ অহাত চিকিৎসকে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক ঘৰলৈ যাৱ দিয়ে৷উল্লেখ্য যে দেশত ইতিমধ্যে…

Read More

বিহাৰ নিৰ্বাচনটো ফ্লপশ্ব’ কংগ্ৰেছৰ৷

ধাৰাবাহিকভাৱে বিহাৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ পুনৰ ফ্লপশ্ব’৷মহাজোটবন্ধনত চামিল হৈও উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম নহল কংগ্ৰেছ দলে৷বিহাৰৰ ৭০খন আসনত প্ৰতিদ্বন্দ্বীতা কৰি মাত্ৰ ১৯ খন আসনতে জয়লাভ কৰে কংগ্ৰেছে৷নিৰ্বাচনৰ পুৰ্বে বিহাৰত দলটোৱে ৭০খন আসনতে জয়লাভ কৰিব বুলি দম্ভালি মাৰিছিল বিহাৰৰ জনতাই…

Read More

উপ নিৰ্বাচনটো বিজেপিৰ আধিপত্য৷

উপনিৰ্বাচনৰ ফলাফলটো শাসনাধিষ্ঠিত বিজেপি দলে আধিপত্য বিস্তাৰ কৰিলে৷দেশৰ ১১খন জিলাৰ ৫৯টা বিধানসভা সমষ্টিৰ বাবে ৭নৱেম্বৰত অনুস্থিত হোৱা উপ নিৰ্বাচনতো বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে৷৫৯খন আসনৰ ভিতৰত ৪০টা সমষ্টিত বিশাল জয়লাভ কৰিবলৈ সক্ষম হয়৷গুজৰাটৰ ৮খন আসনতে জয়লাভ কৰাৰ লগতে মহাৰাষ্ট্ৰত ১৯টা সমষ্টিত…

Read More

বিহাৰৰ জনাদেশক আদৰণি বিজেপি অসম প্ৰদেশৰ

কালি ঘোষণা কৰা বিহাৰ বিধান সভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা পুন: শাসনত অধিষ্ঠিত হোৱাত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশে বিহাৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভা জ পাৰ কেন্দ্ৰীয়…

Read More

অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ

যোৱা ৪ নৱেম্বৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছতে দেশযুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত আৰম্ভ হৈছিল প্ৰতিবাদ। আৰু বুধবাৰে অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰে উচ্চতম ন্যায়ালয়ে। অৰ্ণৱ গোস্বামীক শীঘ্ৰেই মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে…

Read More

জৱাহৰ নবোদয় বিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ পঞ্জীয়ন

গ্ৰামাঞ্চলৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ উদ্দেশ্যে সম্পূৰ্ণ বিনামূলীয়া আৱাসিক আৰু শিক্ষাৰ প্ৰতিষ্ঠান বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ২০২১ বৰ্ষৰ ষষ্ঠ আৰু নৱম শ্ৰেণীৰ নামভৰ্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ১৫ ডিচেম্বৰ ২০২০ ৰ ভিতৰত সম্পন্ন কৰিব লাগিব…

Read More

আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পুনৰ মুকলি

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটীস্হিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো দৰ্শকৰ বাবে পুনৰ মুকলি কৰা হ'ল । যোৱা ১৭ মাৰ্চৰ পৰা প্ৰায় ৯ মাহ ধৰি কৰুণাৰ বাবে বন্ধ হৈ আছিল আঞ্চলিক বিজ্ঞান কেন্দ্ৰ । সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি পুনৰ মুকলি কৰা হৈছে…

Read More

বিপিএফ সাংসদ বিশ্বজিত দৈমাৰীয়ে যোগ দিব বিজেপিত৷

এইবাৰ বিজেপি দলত যোগদান কৰিব সংসদত সদায় অসমৰ হৈ বলিষ্ঠ ভুমিকা পালন কৰি অহা বিপিএফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী৷এই কথা আমাৰ নহয় ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ৷তেওঁ সোমবাৰে সাংবাদিকৰ আগত সদম্ভে উল্লেখ কৰিলে যে অতিশীঘ্ৰে সাংসদ দৈমাৰীয়ে বিজেপি দলত…

Read More

ৰিপুন বৰাক সমালোচনা বিজেপিৰ৷

এক সংবাদমেলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰক সমালোচনা কৰাৰ পিছতে৷ এইবাৰ ৰাজ্যিক বিজেপিয়ে উভতি ধৰিলে সভাপতি বৰাক৷ৰাজ্যিক বিজেপিয়ে উল্লেখ কৰে যে তিহাৰ জেলৰ ফেৰৎ ৰিপুন বৰাই বিজেপি দল তথা চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷কংগ্ৰেছ দলৰ ১৫বছৰীয়া অপশাসনৰ…

Read More
Back To Top