skip to Main Content
Pakistani Army Helicopter With Top Commander

পাকিস্তান সেনাবাহিনীৰ জেনেৰেলসহ হেলিকপ্টাৰ নিৰুদ্দেশ

বান সাহাৰ্য দিবলৈ যোৱা পাকিস্তান সেনা বাহিনীৰ জেনেৰেলসহ হেলিকপ্টাৰ নিৰুদ্দেশ। হেলিকপ্টাৰত জেনেৰেলৰ সৈতে আছিল বহুকেইজন শীৰ্ষ বিষয়া। বেলুচিস্তানৰ পৰা নিৰুদ্দেশ হেলিকপ্টাৰখন।

Read More
Mission Bhumiputra

মিছন ভূমি পুত্ৰৰ শুভ উদ্বোধন

আজি মিছন ভূমি পুত্ৰৰ শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে আঁচনিখনৰ। উদ্বোধন কৰি মুখ্যমন্ত্ৰীজনে কয় যে এতিয়াৰ পৰা OBC, SC, ST সকলে সহজেই লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ

Read More
Commonwealth

কমনৱেলথত পুনৰ উজ্বলিছে অসম কন্যা

কমনৱেলথ গেমছত ভাৰতীয় মহিলা লন বল দলৰ ছেমি ফাইনেলত প্ৰৱেশ। দলটোত আছে অসমৰ নয়নমণি শইকীয়াওঁ। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ছেমি ফাইনেল।

Read More

ঝাৰখণ্ডৰ চৰকাৰ ভাঙিবলৈ হিমন্ত বিশ্বৰ অপচেষ্টা ?

ঋাৰখণ্ডৰ কংগ্ৰেছী বিধায়কৰ FIR সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ এইসকল বিধায়কৰ সৈতে তেখেতৰ সম্পৰ্ক ২২ বছৰীয়া। তেওঁলোকক লগ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক মধ্যভোগীৰ প্ৰয়োজন নাই বুলি জনায়।

Read More

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ৩৬ টকা মূল্য হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও হ্ৰাস পোৱা নাই।

Read More

আজিৰ পৰা বৃদ্ধি গাখীৰৰ মূল্য

আজিৰ পৰা বজাৰত বৃদ্ধি পাইছে গাখীৰৰ মূল্য। প্ৰতিলিটাৰ গাখীৰৰ মূল্যত বৃদ্ধি হৈছে ৪ টকাকৈ। আজিৰ পৰাই গো-পালক সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Read More

ধৰ্মীয় মাদ্ৰাছাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আজি ধৰ্মীয় মাদ্ৰাছা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এক ডাঙৰ মন্তব্য। যদি কোনো মাদ্ৰাছাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যায় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছা ইতিমধ্যে ছিল কৰা হৈছে।

Read More

পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য

আজিৰে পৰা পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলত ১.০১ টকা বৃদ্ধি। তাৰোপৰি প্ৰতিলিটাৰ ডিজেলত ১ টকাকৈ বৃদ্ধি।

Read More

কমনৱেলথ গেমছত পুনৰ উজ্বলিল অসম কন্যা লাভলীনা বৰগোঁহাই

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাই। কমনৱেলথত চমক প্ৰদৰ্শন কৰে লাভলীনা বৰগোঁহাইয়ে।

Read More
Back To Top