skip to Main Content

অৰুণোদয়ৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন হ’ব ?

অৰুণোদয়ৰ তালিকাৰ পৰা কৰ্তন হ'ব এচাম লোকৰ নাম। চৰকাৰে গ্ৰহণ কৰিলে এক বিশেষ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা চাৰিচকীয়া গাড়ী আৰু ফ্ৰীজ থকালোকৰ নাম কৰ্তন হ'ব।

Read More

চাকৰিত পদোন্নতি স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াৰ

কমনৱেলথত স্বৰ্ণপদক লাভ কৰাৰ পাছতে চাকৰিত পদোন্নতি নয়নমণি শইকীয়াৰ। আজি অসম আৰক্ষীয়ে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কনিষ্টবলৰ পৰা সহকাৰী অধিনায়কলৈ পদোন্নতি নয়নমণি শইকীয়াৰ।

Read More

নগদ ধন উলিওৱাৰ ক্ষেত্ৰত নাই GST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। একাউণ্ট থকা বেংকৰ পৰা প্ৰতিমাহে ১০ টা এ টি এম লেনদেন বিনামূলীয়া। আৰু একাউণ্ট নথকা বেংকৰ পৰা প্ৰতিমাহে ৫ টা এ টি এম লেনদেন বিনামূলীয়া।

Read More

অখিল গগৈৰ প্ৰতিবাদ

মহানগৰীৰ লাষ্টগেটত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ। ইংৰাজী ভাষাত পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লোৱাৰ বাবে এই প্ৰতিবাদ। অংক-বিজ্ঞান বিষয়ত দ্বি-ভাষিক পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ লগতে কেইবাটাও বিষয়ত দাবী জনায় বিধায়কজনে।

Read More
Health Minister Keshab Mahanta

মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া কৰাৰ প্ৰস্তুতি

মংগলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে এক বৃহৎ ঘোষণা। অসমীয়া মাধ্যমত মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত। চিকিৎসা বিজ্ঞান সম্পৰ্কীয় অসমীয়া ভাষাৰ শব্দকোষ শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ে প্রস্তুত কৰিছে।

Read More

আহি আছে 5G

অক্টোবৰ মাহত মুকলি হ'ব 5G সেৱা। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই কথা। 5G স্পেকট্ৰামৰ ৭ দিন যোৰা নিলাম প্ৰক্ৰিয়াৰ অন্তত মুকলি কৰা হৈছে এই ঘোষণা।

Read More

নেচনেল হেৰাল্ডৰ কাৰ্য্যালয়ত ED ৰ অভিযান

ছোনীয়া গান্ধী ৰাহুল গান্ধীক জেৰা কৰি শান্ত হোৱা নাই ED. আজি নেচনেল হেৰাল্ডৰ কাৰ্য্যালয়ত চলায় অভিযান। ইতিমধ্যে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী ৰাহুল গান্ধীক ED য়ে কেইবাবাৰো জেৰা কৰা হৈছে।

Read More

সংসদ ভৱনত মূল্যবৃদ্ধিৰ ব্যতিক্ৰমী প্ৰতিবাদ

বৰ্তমান সদনত চলি আছে বৰ্ষাকালীন অধিবেশন। এই অধিবেশনৰ মাজতে তৃণমূল কংগ্ৰেছৰ সাংসদ কাকোলি ঘোষে মূল্যবৃদ্ধিৰ বিষয়ত এক ব্যক্তিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। সদনৰ মাজত তেখেতে কেঁচা বেঙেনা খাই প্ৰতিবাদ সাব্যস্ত কৰে।

Read More

দেশবাসীলৈ ফেচবুকৰ প্ৰফাইল ফটোত জাতীয় পতাকাৰ ফটো লগাবলৈ আহ্বান

আজিৰ পৰা নিজৰ ফেচবুকৰ প্ৰফাইল ফটোৰ ঠাইত জাতীয় পতাকাৰ ফটো লগাবলৈ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ই কেৱল এক অনুৰোধ হয়, আদেশ নহয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই আহ্বানৰ প্ৰতি সন্মান জনাই নিজৰ ফেচবুকৰ প্ৰফাইল ফটোত জাতীয় পতাকাৰ…

Read More
Back To Top