skip to Main Content

দিছপুৰত AIUDF ৰ প্ৰতিবাদ

আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ বিধায়কক জেহাদীৰ সৈতে তুলনা কৰাক লৈ এই প্ৰতিবাদ। মন্ত্ৰীদ্বয়ক ক্ষমা বিচাৰিবলৈ দাবী জনায় AIUDF এ।

Read More

পেট্ৰল ডিজেলৰ ওপৰত নাথাকিব আবকাৰী শুল্ক

পেট্ৰল ডিজেলৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। পেট্ৰল ডিজেলৰ ৰপ্তানিত নাথাকিব আবকাৰী শুল্ক। বিত্ত মন্ত্ৰালয়ৰ এই ঘোষণাৰ ফলত ব্যৱসায় জগতত সুখৰ ঢৌ।

Read More

ৰাজ্যত পুনৰ হ’ব CAA আন্দোলন

অসমত কেইবাটাও সংগঠনৰ পুনৰ কা' আন্দোলনৰ হুংকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাছতে কা' আন্দোলনৰ উকমুকণি আৰম্ভ। ১৭ আগষ্টত NESO এ প্ৰতিবাদ সাব্যস্ত কৰিব।

Read More

দেশজুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। গুৱাহাটীৰ ৰাজভৱন ঘেৰিবলৈ অহা প্ৰতিবাদী দলটোক ৰাজীৱ ভৱনতে আটক আৰক্ষীৰ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

Read More

২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-আফ্ৰিকাৰ ক্ৰিকেট খেল

২ অক্টোবৰ তাৰিখে ভাৰত আৰু আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি-২০ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন। মুঠ ৪৫,৫০০ দৰ্শকে একেলগে খেলখন উপভোগ কৰিব পাৰিব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

Read More

বজাৰত হ্ৰাস পাইছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য

পুনৰ হ্ৰাস পাব পাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য। বৰ্তমান সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.০৬ টকা। উল্লেখযোগ্য যে খাৰুৱা তেলৰ আমদানিত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। যাৰ ফলত পুনৰ টকাৰ মূল্য হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Read More
Mithilesh Chaturvedi

জনপ্ৰিয় অভিনেতা মিঠিলেশ চতুৰ্বেদীৰ মৃত্যু

ভাৰতৰ অভিনয় জগতে হেৰুৱালে অন্য এজন তাৰকা। আজি জনপ্ৰিয় তাৰকা মিঠিলেশ চতুৰ্বেদীৰ পৰলোক প্ৰাপ্তি হয়। হৃদ ৰোগৰ আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাজনৰ।

Read More

মছজিদৰ ইমামক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ ঘোষণা। যদি স্থানীয় মছজিদত অচিনাকি ইমাম আহে তেন্তে অনতিপলমে আৰক্ষীক খবৰ দিবলৈ আহ্বান। কেৱল আধাৰ কাৰ্ডখনেই চিনাকি দিবলৈ পৰ্যাপ্ত নহয়।

Read More
Back To Top