Skip to content

কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ।ৰাজ্যখনত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ।মহানগৰীৰ গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলটোৱে সাব্যস্ত কৰিছে প্ৰতিবাদ।ডিজেট-পেট্ৰ’লৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ লগতে মূল্যবৃদ্ধিৰ লগতে…

Read more

আজি লক্ষ্মীপূজা।

আজি লক্ষ্মীপূজা।শ্ৰীলক্ষ্মী সুখ আৰু শান্তি আৰু সমৃদ্ধিৰ দেৱী। শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমা তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰাৰ লগতে বহুতো লোকে ঘৰতো এই পূজা কৰে। কোনো…

Read more

কৃত্ৰিম বানৰ ফলত মহানগৰীত অঘটন।

মহানগৰীৰ পাণ্ডু কেবিনত সংঘটিত হৈছে এক অঘটন।বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ।প্ৰথমে বিদ্যুৎপৃষ্টহৈ আহত হোৱা মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মহিলাগৰাকীৰ মৃত্যু হয়।বিদ্যুৎস্পৃষ্ট মহিলাগৰাকীৰ নাম মেহেন্দী বৰুৱা।ইনভাৰ্টাৰত পানী সোমোৱাৰ ফলত সংঘটিত হ’ল এই অঘটন।

Read more

গুৱাহাটীত বন্ধ পেট্ৰ’ল পাম্প।

পেট্ৰ’ল পাম্প ডিলাৰ্ছ এচ’ছিয়েশ্বনৰ ঘোষণা ।৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত।২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰ পুৱা ৬ বজালৈ বন্ধ থাকিব পাম্প।পেট্ৰল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।

Read more

নতুন দল গঠন কৰিব অমৰিন্দৰ সিঙে

কংগ্ৰেছ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে শীঘ্ৰেই তেওঁৰ নতুন দল ঘোষণা কৰিব।কংগ্ৰেছৰ পৰা পদত্যাগৰ পিছতে নতুন পদক্ষেপ সিঙৰ।২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিব দল।পঞ্জাৱত বিজেপিৰ সৈতে বুজাবুজি কৰিব আসনৰ।

Read more

গোসাইগাঁওত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

গোসাঁইগাঁৱত আজি অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা৷ গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, পূৰ্বতে প্ৰধানমন্ত্ৰী…

Read more

মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সাপ্তাহিক কেবিনেট বৈঠক

উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যাপকভাৱে ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সাপ্তাহিক কেবিনেট বৈঠক৷ কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷

Read more

পুনৰ গুৱাহাটীত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চকৰ

পুনৰ গুৱাহাটীত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চকৰ। ইভেণ্ট মেনেজমেণ্টৰ কাম দিয়াৰ নামত শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট এজন যুৱকৰ। নুনমাটি থানাত এজাহাৰ দাখিল ভুক্ত ভোগী যুৱক যুৱতীৰ।

Read more

এইমাহৰ পৰাই প্ৰদান কৰা হ’ব শিশুক কোৰোনাৰ ভেকচিনন

এইমাহৰ পৰাই দেশত আৰম্ভ হব শিশুক কোৰোনা টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া। কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ চেয়াৰমেন ডাঃ এন কে আৰৌৰাই সদৰি কৰিছে এই কথা। অহা চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হব বুলি সদৰি কৰিছে চেয়াৰমেন গৰাকীয়ে। প্ৰথম পৰ্যায়ত…

Read more

আজিৰে পৰা খুলিলে দীৰ্ঘদিনে বন্ধ বিদ্যালয়ৰ তলা।

আজিৰে পৰা খুলিলে দীৰ্ঘদিনে বন্ধ বিদ্যালয়ৰ তলা।কোভিড প্ৰট’কল মানি আৰম্ভ হ’ল পাঠদান।প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ হ'ব পাঠদান। প্ৰতিটো শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ জন ছাত্ৰ-ছাত্ৰী বহিব পাৰিব।বিদ্যালয়ত উপস্থিত থকাতো ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈও পাঠদান…

Read more
Back To Top