Skip to content

নিশাৰ মহানগৰীত চুৰৰ টিঘিলঘিলনি ।

নিশাৰ মহানগৰীত চোৰৰ টিঘিলঘিলনি।হাতীগাঁও আৰক্ষীৰ অভিযানত ছাহিদ আলী, নুৰ মহম্মদ নামৰ দুটা চুৰক গ্ৰেপ্তাৰ। ধৃত চোৰ দুটাৰ পৰা ৪ হাজাৰ টকাৰ পুৰণি নোট জব্দ।

Read more

শীঘ্ৰেই মুকলি হ’ব দিছপুৰ উৰণীয়া সেঁতু।

শীঘ্ৰেই মুকলি হোৱাৰ পথত দিছপুৰ উৰণীয়া সেঁতু।২৫জনকৈ চিত্ৰ শিল্পী ব্যস্ত উৰণীয়া সেঁতুৰ দেৱালত চিত্ৰ অংকনত।উৰণীয়া সেঁতুৰ দেৱালত অংকন ৰাজ্যৰ জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰৰ লগতে দেশৰ প্ৰতিখন ৰাজ্যৰ থলুৱা সাংস্কৃতিক পৰম্পৰাও প্ৰদৰ্শিত হ’ব উৰণীয়া সেঁতুৰ দেৱালত।দেৱালত থাকিব ৰাজ্যৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানৰ বন্য…

Read more

বাংলাদেশত থকা হিন্দু লোকৰ সুৰক্ষাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। কুতুম্ব সুৰক্ষা…

Read more

বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে হাইলাকান্দিত উত্তাল প্ৰতিবাদ

বাংলাদেশত দুৰ্গা প্ৰতিমা ধ্বংসৰ বিৰুদ্ধে আজি হাইলাকান্দিত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে। পুৱা ১০ বজাত হাইলাকান্দি নগৰত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ভি এইচ পি সদস্যসকলে। হাইলাকান্দি নগৰৰ অদি কালী মন্দিৰৰ পৰা আৰম্ভ হয় এই সমদল।…

Read more

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

দেওবাৰে বাক্সাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নত কয় যে- “BPFৰে হোৱা নাই BJPৰ ৰাজনৈতিক মিত্ৰতা ৷ BPFৰে মিত্ৰতাৰ প্ৰয়োজনো নাই ৷ কিয়নো BPFৰ মানুহবোৰ আহিয়েই আছে BJPলৈ ৷”উল্লেখযোগ্য যে BPFৰ বহুকেইজন নেতাই ইতিমধ্যে হাগ্ৰামা…

Read more

আজি কাতি বিহু।

আজি কাতি বিহু। এই বিহুৰ সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি।…

Read more

ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু

ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আক্কি ৰাজুৰ। বিগত সময়ছোৱাত আক্কি ৰাজুৰ নেতৃত্বত ছত্তীশগড়ত নক্সালবাদীসকলে বহু অভিযানৰ নেতৃত্ব দিছিল। বহু চিআৰপিএফ জোৱানৰ হত্যাৰ মূল অভিযুক্ত আছিল আক্কি ৰাজু। ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ…

Read more

অখিল গগৈক আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে!

শনিবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই অখিল গগৈক আক্ৰমণ কৰাৰ পিছত দেওবাৰে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰিলে অখিল গগৈয়ে৷ অখিল গগৈয়ে মন্তব্য কৰে যে “মন্ত্ৰী পীযূষ হাজৰিকাৰ মতিভ্ৰম হৈছে৷ ৰাইজৰ দলৰ উত্থানত শংকিত হৈ আবোল-তাবোল বকিছে মন্ত্ৰী পীযূষ হাজৰিকাই৷” পিছে কোন ক'ত…

Read more

৫ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৩১গৰাকী প্ৰাৰ্থীয়ে

অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন।৩১ গৰাকী প্ৰাৰ্থীয়ে ৫ সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা।৩৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ।শনিবাৰে ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ।

Read more

আমিনগাঁৱৰ ব্রহ্মপুত্রৰ বুকুত ঘটিল অঘটন।

আমিনগাঁৱৰ ব্রহ্মপুত্রৰ বুকুত ঘটিল অঘটন।পানীপাৰাৰ ব্রহ্মপুত্রত নিখোজ এটি কিশোৰী।মাতৃৰ সৈতে গা ধুবলৈ গৈ সংঘটিত হয় এই ঘটনা।সন্ধানহীন কিশোৰীগৰাকীক বিচাৰি এছডিআৰএফৰ উদ্ধাৰ অভিযান ।

Read more
Back To Top