Skip to content

তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ

ৰাজ্যত উপ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰি আহিছে সভা-সমিতি৷ তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও মন্তব্য কৰে৷ দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ কুমাৰ ডেকাক তেওঁ কয়…

Read more

কোভিড আক্ৰান্ত হ’ল হিমা দাস।

ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমাৰ দেহত মঙ্গলবাৰে কোভিডৰ উপস্থিতি ধৰা পৰে।পাটিয়াাস্থিত ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল হিমাই।পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।বৰ্তমা পাটিয়ালাতে আছে এথলিটগৰাকী।

Read more

আজি মহা অষ্টমী

আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

Read more

২ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ শিশু, কিশোৰৰ বাবে কোভিড ভেকচিন

দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮…

Read more

ভাৰতত পাকিস্তানী সন্ত্ৰাসবাদী

ভাৰতত প্ৰৱেশ পাকিস্তানী সন্ত্ৰাসবাদীৰ। দিল্লীত গ্ৰেপ্তাৰ পাকিস্তানী সন্ত্ৰাসবাদী। বুজন পৰিমাণৰ মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী। এ কে 47, 60 ৰাউণ্ড গুলী, গ্ৰেণেডসহ অত্যাধুনিক পিষ্টল জব্দ। ভাৰতীয় নাগৰিকৰ ভুৱা তথ্য লৈ ফুৰিছিল সন্ত্ৰাসবাদীটোৱে।

Read more

আগন্তুক টেট পৰীক্ষাৰ দিন সলনি

আগন্তুক টেট পৰীক্ষাৰ সলনি কৰা হল দিন। ৩১ অক্টোবৰত অনুষ্ঠিত হ'ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা। পূৰ্বে ২৪ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট।

Read more

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে অমিত খাৰেক নিযুক্তি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে অমিত খাৰেক নিযুক্তি।দুবছৰৰ বাবে এই পদত নিযুক্তি অমিত খাৰেক। তথ্য-সম্প্ৰচাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব অমিত খাৰে। ৩০ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰালয়ৰ সচিব পদৰ পৰা অৱসৰ লৈছিল খাৰে। মঙলবাৰে খাৰেক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে মন্ত্ৰীপৰিষদৰ…

Read more

নিশা মহানগৰীত দুৰ্ঘটনা

নিশা মহানগৰীত পথ দুৰ্ঘটনা।গাড়ীয়ে খুন্দিয়াই থৈ যায় এজন লোকক।ঘটনা সংঘটিত কৰিয়ে গাড়ীসহ পলায়ন কৰে চালকজনে।অচিনাক্ত লোকজনক GMCH লৈ প্ৰেৰণ কৰা হয়।

Read more

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ।ৰাজধানী দিল্লীত ৰাজহুৱা স্থানত চট পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ চৰকাৰে। ইয়াৰ বিৰুদ্ধে বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি থকা সময়তে আঘাতপ্ৰাপ্ত হয় বিজেপি…

Read more

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত এজন জিঅ'চিসহ ৫ সৈনিক শ্বহীদ। বৰ্তমানো অঞ্চলটোত অব্যাহত আছে সংঘৰ্ষ। চাৰি সন্ত্ৰাসবাদীৰ এটা দলে সীমা পাৰ হৈ প্ৰৱেশ কৰে পুঞ্চত। পুঞ্চত প্ৰৱেশৰ পাছতেই সেনা-সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল ৫ জনকৈ সেনা।…

Read more
Back To Top