Skip to content

বেলতলা বজাৰত পথ দুঘটনা।

বেলতলা বজাৰত পথ দুঘটনা।গুৰুত্বৰভাৱে আহত এই গৰাকী মহিলা। মহিলা গৰাকীক অচেতন অৱস্থাত ছয়মাইলস্থিত GNRC ত ভৰ্তি কৰোৱা হৈছে।মহিলা গৰাকীৰ ভেটাপাৰা হাউছিং কমপ্লেক্সৰ নিবাসী।

Read more

আমিনগাঁৱত মন্ত্ৰী অজন্তা নেওঁগ।

আজি আমিনগাঁৱত উপস্থিত মন্ত্ৰী অজন্তা নেওঁগ। পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰি আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ত এখন সভাত ভাগ লয় অজন্তা নেওঁগে। জীৱনৰ মাধ্যমেৰে সুস্বাস্থ্যৰ অভিমুখী যাত্ৰাৰ একত্ৰীকৰণ মুল থিম পুষ্টিহীনতামুক্ত অসমৰ দিশে এখোজ শীৰ্ষক সভাত মিলিত হ'ল মন্ত্ৰী…

Read more

আজিৰে পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত আৰম্ভ পাঠদান

আজিৰে পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত আৰম্ভ পাঠদান। সুদীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত আৰম্ভ পাঠদান প্ৰক্ৰিয়া। চৰকাৰৰ নিৰ্দেশৰ পাছতেই দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া। চৰকাৰে জাৰি কৰা সকলো কভিড প্ৰটকল মানি আৰম্ভ হয় পাঠদান।

Read more

গীতানগৰত জঘন্য ঘটনা

গীতানগৰত জঘন্য ঘটনা। ব্লেডেৰে ৰেপিলে এজনক। আঘাতপ্ৰাপ্ত মোজাহিদ আলী নামৰ লোকজন। BSF কেম্পৰ মোজাহিদ আলীৰ বাসগৃহৰ সন্মুখত অংকুৰ শৰ্মা আৰু জিংকুমনি শৰ্মা নামৰ দুজন ভায়েক-কাকায়েকে মদ খাই অভব‍্য আচৰণ কৰাত তেওঁলোকক বাধা প্ৰদান কৰিছিল মোজাহিদ আলীয়ে।বাধা দিয়াৰ বাবেই ডিঙিত ব্লেডেৰে…

Read more

আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।

আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ কোভিড বিধি অনুসৰি চলিব ফেৰী।আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা।এশ শতাংশ যাত্ৰী লৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।অভাৱনীয়…

Read more

আজিৰে পৰা আদালত সমূহৰ স্বাভাৱিক কাম কাজ আৰম্ভ

আজিৰে পৰা আদালত সমূহৰ স্বাভাৱিক কাম কাজ আৰম্ভ। দুয়োপালি কভিড প্ৰতিষেধক লোৱা লোককহে আদালত চৌহদত প্ৰদেশৰ অনুমতি। ন্যায়াধীশ, অধিবক্তা, সাধাৰণ ন্যায়ালয় কৰ্মচাৰীয়েও মানি চলিব লাগিব কভিড বিধি।

Read more

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ।ভাৰতীয় সেনাৰ অতি সন্মানীয় তৃতীয় পদমৰ্য্যদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত ভাস্কৰ কলিতা। নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় "সেনা ভৱনত " কাৰ্যনিৰ্বাহ কৰি আছিল…

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনলাইন হ’ব পৰীক্ষা।

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা।অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বি এ, বি এছ চি, বি কমকে ধৰি সকলো শাখাৰে ৰেগুলাৰ আৰু এৰিয়াৰ সকলোৰে বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা।আইড’লৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাও অনুষ্ঠিত হ’ব ২০…

Read more

শিশু শ্ৰমিকক লৈ উত্তেজনা!

শিশু শ্ৰমিকক লৈ উত্তেজনা। নগাঁৱৰ বেবেজীয়াত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ পিতৃৰ ঘৰত দুগৰাকী কন্যা শিশু শ্ৰমিক হিচাপে ৰখাৰ অভিযোগ। কন্যা দুগৰাকীৰ বয়স ক্ৰমে ১৩ আৰু ১৪ বছৰ। কন্যা দুগৰাকীৰ অভিভাৱকে ঘৰলৈ উভতাই নিবলৈ আহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত উপস্থিত হোৱা…

Read more

ৰেভ পাৰ্টিৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ড বিশাল চৌধুৰীক এনকাউণ্টাৰ

ৰেভ পাৰ্টি কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়।দুটাকৈ গুলী লাগিছে ভৰিত।বৰ্তমান জি এম চি এইচত চিকিতসাধীন হৈ আছে বিশাল।বিশালক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

Read more
Back To Top