skip to Main Content

বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক

বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক। গুৱাহাটীৰ পৰা কেৰেলালৈ কাম বিচাৰি গৈছিল যুৱক জন। মৃত যুৱক জনৰ নাম হৈছে নমল ৰাজবংশী। ৰাজা আৰু অৰ্জুন দুই যুৱকৰ লগত গৈছিল মৃত নমল ৰাজবংশী। দুই বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগৰ পৰিয়ালৰ লোকৰ। মৃত যুৱক জনৰ…

Read More

খানাপাৰাত উদ্ধাৰ এটি শিশুৰ মৃতদেহ

মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত।তাত উদ্ধাৰ এটি কণ্যা শিশুৰ মৃতদেহ।কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।ঘটনা স্হলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Read More

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশু

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশুক।শিশু দুটি হৈছে ১৩ বছৰীয়া ইছমাইৰা নাচিম আৰু ৪ বছৰীয়া আটিফ নাচিম।সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা অপহৰণ শিশু দুটিক।মাক দেউতাকৰ অগ্যাতে নিজা বাসগৃহৰ পৰাই অপহৰণ শিশু দুটিক।

Read More

আজি মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰে প্ৰতিখন জিলাতে একোখনকৈ বাহন

আজি মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰে প্ৰতিখন জিলাতে একোখনকৈ বাহন।৩৪ খন বাহনৰ ভিতৰত আজি ৮খন বাহন বিভিন্ন জিলাত প্ৰদান কৰে।জনস্বাস্হ্য কাৰিকৰী বিভাগ আৰু খাদ্য আৰু যোগান বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হয় উক্ত বাহন সমূহ।

Read More

পাণবজাৰস্হিত বি এচ এন এল ৰ অফিচত প্ৰতিবাদ কৰ্মচাৰী সকলৰ

আজি পাণবজাৰস্হিত বি এচ এন এল ৰ অফিচত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰী সকলে।দীৰ্ঘদিনীয়া বহুকেইটা দাবী উত্থাপন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয়

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এটা মিউজিক এলবাম মুকলি কৰা হয়।উক্ত এলবামটোৰ নাম হৈছে মাটি।ইয়াত কণ্ঠদান কৰিছে বিশিষ্ট গায়িকা কল্পনা পাটোৱাৰীৰ লগতে ন পুৰণি বহু কেইজন কণ্ঠশিল্পীয়ে।উক্ত এলবামটোত থকা গীত কেইটা compose কৰিছে Ron Cha ই।

Read More

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…

Read More

আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch

আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch।অসমত এতিয়া চাৰিটা corporate Branch স্হাপন হ'ল।গুৱাহাটীত ক্ৰমে পানবজাৰ,ধাৰাপুৰ আৰু উলুবাৰীৰ লগতে শিলচৰত Akashৰ corporate Branch থকাৰ কথা উল্লেখ কৰে উক্ত অনুষ্ঠানটোৱে।পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল কিন্ত…

Read More

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী।মহানগৰীৰ যান-বাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে সোমাল পৰিবহণ বিভাগৰ দল।সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি…

Read More
Back To Top