skip to Main Content

‘চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ মুকলি কৰে

চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ গুৱাহাটী প্ৰেছক্লাবত শুভমুক্তি মুকলি কৰে।গীতটোত কণ্ঠদান কৰিছে কৃষ্ণাক্ষী দাসে ।উন্মোচন কৰে সংগীত শিল্পী ভদ্ৰকান্ত দাসে।গীতটোৰ কথা ধীৰু ডেকাৰ, সংগীত অহিৰ ভৈৰৱৰ।উপস্থিত থাকে কৃষ্ণাক্ষীৰ গুৰু ৰূপজ্যোতি বৰা, ধনজিতা দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি।

Read More

কইনাধৰাত মুখ্যমন্ত্রীৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত জনতা ভৱনত কেশৱ মহন্তৰ সংবাদমেল

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তই  সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।পৌৰ নিগম অঞ্চলৰ অধীনত…

Read More

চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি চি পি আই (এম)ৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।মূল্য বৃদ্ধি ৰোধ কৰিব লাগে অন্যথা পৰিস্হিতি ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰে।মূল্য বৃদ্ধিৰ বাবে সৰ্ব-সাধাৰণ লোকসকল চলিব নোৱাৰা অৱস্হা হৈ পৰিছে।

Read More

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchসংবাদমেল।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchৰ এক সংবাদমেল।কিছুদিন পূৰ্বে চিনিয়ৰ ড০ অৰ্চনা শৰ্মাই আত্মহত্যা কৰাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত সংবামেলখন।

Read More

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩এপ্ৰিলৰ পুৱা ৬বজাত অনুষ্ঠিত কৰিছে ভৰলু পদযাত্ৰা বা ৱাক ফৰ ভৰলু।এই পদযাত্ৰাৰ মুকলি কৰিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই।

Read More

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত।দীপৰ বিল আৰু তাৰ দাতিঁকাষৰীয়া ৰাইজৰ বাবে ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি এক সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়িবৰ বাবে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।যদি ৭দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত পৰিস্হিতি…

Read More

CC TV পৰীক্ষা কৰক,আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ:মনজিৎ মহন্ত

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ "সংবাদ মাধ্যম বিভাগ"ৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল ৷CC TV পৰীক্ষা কৰক ৷ মিনিষ্টাৰ কলনিত CC TV পৰীক্ষা কৰিলে উলাই পৰিব ৷আইনী ব্যৱস্থা লওঁক আমি সাজু আছোঁ৷হাই ছিকিউৰিটি জ’ন CC TV পৰীক্ষা কৰক সাংবাদিকৰ সন্মুখত…

Read More

অসমত AFSPA পৰিসৰ হ্ৰাস কৰা হৈছে,জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল।ভাৰত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত।অসমৰ ৬০ শতাংশ ভূ-খণ্ডৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA। আজি নিশাৰ পৰাই কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰে মণিপুৰ আৰু নাগালেণ্ডৰ পৰা AFSPA বাতিল কৰিছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি…

Read More

আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন

আজি GMCৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন।অন্তিমটো দিনত উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থী লগতে সমৰ্থক ভিৰ কৰা দেখা গ'ল।বহু ৱাৰ্ডৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে।নিৰ্বাচনত জয়ী হৈ ৱাৰ্ডসমূহৰ জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি।

Read More
Back To Top