skip to Main Content

আজি মাতৃ দিৱস

প্ৰত্যেকবছৰে ৮মে’ৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয়।বিশ্বৰ প্ৰত্যেক গৰাকী মাতৃলৈ সন্মান যাচি আজিৰ দিনটোত পালন কৰা হয় মাতৃ দিৱস।সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি এজন ভাল মানুহ বনোৱাৰ অন্তৰালত নিহিত হৈ থাকে মাতৃৰ মৰম তথা অশেষ কষ্ট।শাস্ত্ৰত কৈছে…

Read More

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে অপহৰণ কাণ্ড

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৰণ পত্নীসহ এজন ব্যক্তিক।মহানগৰীৰ বাঘৰবৰীৰ পৰা অপহৰণ কৰে সিতেশ্বৰ ৰাভা ওৰফে লাডেন।সিতেশ্বৰ ৰাভা হৈছে এজন আলফা কেডাৰ।ইম্ফলৰ পৰা পলাই আহিবলৈ সক্ষম হয় সিতেশ্বৰ ৰাভাৰ পত্নী নিভা ৰাভা।৮ৰ পৰা ১০ লাখ টকা দাবী কৰিছে অপহৰণকাৰী দলটোৱে।

Read More

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি অমিত শ্বাহৰ ভ্ৰমণক লৈ

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰিছে অমিত শ্বাহৰ ভ্ৰমণক লৈ।৯ আৰু ১০ মে’ত গুৱাহাটীৰ যাতায়ত ব্যৱস্হাৰ ব্যাপক সালসলনি কৰা হৈছে।৯ আৰু ১০ মে'ত বানিজ্যিক বাহনৰ বাবে বন্ধ থাকিব ২৭ আৰু ১৭ নং ঘাইপথ।৯মে’ত পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈকে…

Read More

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল

আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল।সংবাদমেল সম্বোধন কৰে ড০ এল আৰ বিষ্ণুয়ে(বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইন শৃংখলা। ৰাষ্ট্ৰঃপতিৰ নিচান পাব অসম আৰক্ষীয়ে। 10 মে ত গৃহমন্ত্ৰী অমৃত চাহে প্ৰদান কৰিব ৰাষ্ট্ৰপতি নিচান। অসম আৰক্ষীয়ে IIT গুৱাহাটী ৰ…

Read More

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

আজি দিঘলী পুখুৰী পাৰস্হিত গৌৰী সদনত এক সংবাদমেল অনুষ্ঠিত কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাদেৱে।অসমত বিজেপি চৰকাৰৰ নেতৃত্বত যোৱা এটা বছৰত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতিৰ খতিয়ান দাঙি ধৰে ৰিপুন বৰাদেৱে।বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে বিজেপি চৰকাৰক।অহা ১০ মে' তাৰিখে মুখ্যমন্ত্ৰী…

Read More

গুৱাহাটী মহানগৰীত আত্মহত্যা যুৱকৰ

গুৱাহাটী মহানগৰীৰ হাটীগাঁৱত আত্মহত্যা কৰে ৰাহুল আলি নামৰ এজন যুৱকে।তেওঁ পেছাত এজন ই-ৰিক্সা চালক আছিল।তেওঁৰ ঘৰ বৰপেটাৰ কমলাবাৰিত।কৰ্মসূত্ৰে তেওঁ হাটীগাঁৱৰ এটা ভাড়াঘৰত বসবাস কৰি আছিল।চিপ লৈ আত্মহত্যা কৰা অৱস্হাত উদ্ধাৰ কৰা হয় ৰাহুল আলিক।

Read More

মূল্যবৃদ্ধিৰ বিষয়ে মন্তব্য প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ

মূল্যবৃদ্ধিৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকে।ধিক্কাৰ বিজেপি চৰকাৰ।যি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল আৰু আজি সেই চৰকাৰৰ কাৰণে সাধাৰণ জনতাই হাহাকাৰ কৰিব লগা হৈছে মূল্যবৃদ্ধিৰ কাৰণে।তেওঁ ধিক্কাৰ জনাইছে বিজেপি চৰকাৰক।

Read More

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আটকধুনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই বিহু সন্মিলনখন।

Read More

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি ৰাইজৰ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী ক্লাৱত।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বহুসংখ্যক লোকে।নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ৰামটাঙোন সোধাইছে।যাৰ ফলত সাধাৰণ লোকসকল চলা-ফুৰাত অসুবিধা হৈ পৰিছে।

Read More

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!কৈৱৰ্ত জাতিতো হৈছে এটা অসমৰ খিলঞ্জীয়া জাতি।এই জাতিটোক লৈ বিৰুপ মন্তব্য কৰিছে এছাম লোকে।ডোম আৰু কৈৱৰ্ত দুটা পৃথক শব্দ।কিন্তু একাংশ লোকে কৈৱৰ্ত সকলক ডোম বুলি মন্তব্য প্ৰকাশ কৰিছে।

Read More
Back To Top