skip to Main Content

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউন্টাৰ।

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউন্টাৰ।সৰুপথাৰ নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত সংঘটিত হৈছে এই ঘটনা।কাজিৰঙাত চোৰাং চিকাৰীৰ সন্ধানত চলিছিল অভিযান।ঠিক তেনে সময়তে আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা ৩-৪ জন দুৰ্বৃত্তৰ।প্ৰত্যুত্তৰত আৰক্ষীৰো গুলিচালনা।এই গুলিচালনাত নিহত হয় এজন দুৰ্বৃত্তৰ।

Read More

মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক সুব্ৰত ৰয়।

মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক সুব্ৰত ৰয়।ধৃত প্ৰৱঞ্চকটোৱে কেইবা গৰাকী ব্যক্তিৰ পৰা কেইবাখনো গাড়ী ভাড়াত লৈছিল।প্ৰথম অৱস্হাত সকলো ঠিকেই আছিল কিন্তু পিছলৈ কাৰো ফোন ৰিচিভ নকৰাৰ উপৰিও ফোন অফ কৰি থয়।গাড়ীৰ মালিক সকল বহুত সমস্যাৰ সন্মুখীন হৈ থানাত এজাহাৰ দিয়ে।সেই এজাহাৰৰ…

Read More

জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক।বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।

আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক।বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যৰ মথাউৰিৰ ওপৰত নিৰ্মাণ হ'ব পথ।মথাউৰিৰ ওপৰত নিৰ্মাণৰ বাবে ৯৫৮ কোটি টকা।তামুলপুৰ মেডিকেল কলেজলৈ ৪৫০ কোটি টকা।৫টা পথৰ বাবে ১,০৩১কোটি টকা আৱন্তন।মৰিয়নীৰ ১০৩ পৰিয়াললৈ ভূমিৰ পট্টা।শিলচৰ পৌৰ নিগমৰ অনুমোদন।যোৰহাট…

Read More

অৰুণাচলত অপহৰণ অসমৰ যুৱক।

অৰুণাচলত অপহৰণ অসমৰ যুৱক।অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কৰিলে অসমৰ যুৱকক।যুৱক জন ডিব্ৰুগড়ৰ হেমন্ত কোঁচ।ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো নামৰ আন এজন যুৱককো অপহৰণ কৰিছে।অপহৰণৰ আঁৰত NSCN(K)জড়িতৰ সন্দেহ।প্ৰশাসনক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ যাতে তেঁওলোকক ভালদৰে ঘৰলৈ উভতাই আনে।

Read More

গুৱাহাটীত নিশা ভয়ংকৰ জুই

মহানগৰীৰ বামুণীমৈদামত নিশা ভয়ংকৰ জুই। গণেশ নগৰৰ কেইবাটাও বাসগৃহ জুইত গ'ল জাহ। ৰজনী শৰ্মা নামৰ এজন লোকৰ ভাড়াঘৰত জুইৰ সূত্ৰপাত হয়। লোকজনৰ লগতে পৰিয়াল ঘৰৰ লোকে চাদত নিশা জুই ফুৱাই আছিল।জুই নুমুওৱাবলৈ পাহৰি শুই আছিল ৰজনী শৰ্মাৰ পৰিয়াল।

Read More

IAS বিষয়া আতিকা চুলতানাৰ জামিন নাকচ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিলে IAS বিষয়া আতিকা চুলতানাৰ।গাওবুঢ়া নিযুক্তি কেলেংকাৰীত অভিযুক্ত আছিল আতিকা চুলতানা।কেলেংকাৰীৰ সময়ত দক্ষিণ শালমৰাৰ উপায়ুক্ত আছিল চুলতানা।মুখ্যমন্ত্ৰীৰ বিশেষ নিৰিক্ষণ কোষে তদন্ত কৰি আছ সমগ্ৰ বিষয়টোৰ ওপৰত।

Read More

কুখ্যাত গড় চিকাৰী আব্দুল মতিন ওৰফে কালাৰ সন্ধান লাগে আৰক্ষীক,সন্ধান দিওঁতালৈ দুই লাখ টকাৰ পুৰস্কাৰ অসম আৰক্ষীৰ।

কুখ্যাত গড় চিকাৰী আব্দুল মতিন ওৰফে কালাৰ সন্ধান লাগে আৰক্ষীক।সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ ২ লাখ টকাৰ পুৰস্কাৰ।মষ্ট ৱান্টেড গড় চিকাৰী আব্দুল মতিন ওৰফে কালা।ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি দিছে।টুইট যোগে এই ঘোষণা জি পি সিঙৰ।

Read More

মাজুলীৰ পৰা অহা ভাগিনে নিশা কটালে কলাক্ষেত্ৰত

কলাক্ষেত্ৰত নিশা কটালে মাজুলীৰ পৰা অহা ভাগিনে।আউনিআটি, দক্ষিণপাট সত্ৰৰ শতাধিক শিশু, যুৱক গুৱাহাটীত। মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল ৪৭গৰাকী ভকতো।আজি নিশা মুখ্যমন্ত্ৰীক লগ পাব মাজুলীৰ ৪৭গৰাকী ভকতে।মামাৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিবলৈ উত্‍সাহী ভাগিনসকল।আজি চিৰিয়াখানা আৰু তাৰকাগৃহ চাব মাজুলীৰ পৰা অহা…

Read More

গ্ৰাহকসকললৈ সকাহ।হ্ৰাস পালে LPGৰ মূল্য।

গ্ৰাহকসকললৈ কিছু সকাহ।কিয়নো হ্ৰাস পালে LPGৰ মূল্য।বাণিজ্য়ক গেছ চিলিণ্ডাৰৰ মূল্য় হ্ৰাস কৰিছে।প্ৰতিটো বাণিজ্য়িক গেছ চিলিণ্ডাৰত ৯১.৫টকাকৈ হ্ৰাস কৰিছে।

Read More

গুৱাহাটীত পুনৰ জব্দ হ’ল ডাগছ।

ৰাজ্যত অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান।গুৱাহাটীত পুনৰ জব্দ হল ড্ৰাগছ।বশিষ্ঠত জব্দ কৰা হ'ল ৫ কিলোগ্ৰাম হেৰ'ইন।এখন বাহনত কঢ়িয়াই অনা হৈছিল হেৰ'ইন খিনি।অতি কৌশলেৰে লুকুৱাই অনা হৈছিল হেৰ'ইন খিনি। ইতিমধ্যে বাহন খনৰ চালকসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Read More
Back To Top