skip to Main Content

আজি টাই আহোম জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান মে-ডাম-মে-ফী

আজি টাই আহোম সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান মে ডাম মে ফি। পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহোমসকলে উদযাপন কৰিছে মে ডাম মে ফি। মে ডাম মে ফিত পূৰ্বপুৰুষক স্মৰণ কৰি বিশ্বশান্তিৰ কামনা কৰে আহোমসকলে।ধেমাজিত মে ডাম মে ফিৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত…

Read More

অসম সাহিত্য সভাই ঘোষণা কৰিলে ৪টাকৈ বিশেষ বঁটা

অসম সাহিত্য সভাই ঘোষণা কৰিলে ৪টাকৈ বিশেষ বঁটা।বিশিষ্ট সাহিত্যিক,গৱেষক ডঃ প্ৰফুল্ল মহন্তলৈ শশীচন্দ্ৰ বৰবৰুৱা বঁটা।সু সাহিত্যিক ডঃ শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটা।নাট্যকাৰ-সাহিত্যিক ডঃ অখিল চক্ৰৱৰ্তীলৈ শৈলধৰ ৰাজখোৱা বঁটা আৰু সাহিত্যিক অভিজিত্‍ শৰ্মা বৰুৱালৈ ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

Read More

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৪তম মৃত্যু বাৰ্ষিকী

আজিৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটস্হিত সমাধিস্হান পৰিদৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।ৰাহুল গান্ধীয়েও টুইট যোগে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Read More

পীযূষ হাজৰিকাক সকীয়নি” আৰ পি শৰ্মাৰ!

পীযূষ হাজৰিকাৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতা আৰ পি শৰ্মা। ভূপেন বৰাৰ কবিতাক লৈ পীযূষ হাজৰিকাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিলে জ্যেষ্ঠ নেতাগৰাকীয়ে। মন্ত্ৰী পীযূষ হাজৰিকাক মুখ চম্ভালি কথা ক'বলৈ আহ্বান আৰ পি শৰ্মাৰ। ‘‘পীযূষ হাজৰিকাই জনা উচিত ওপৰলৈ থু পেলালে নিজৰ…

Read More

ড০ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ৰাজ্যপালে নিযুক্তি প্ৰদান কৰিলে ড০ জিতেন হাজৰিকাক।ৰাজ্যপাল জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে নিৰ্বাচন কৰিছে ড০ জিতেন হাজৰিকাক।৩১জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয় খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ লীলাকান্ত নাথে।

Read More

পল্টন বজাৰৰ কে কে হোটেলত কৰ্মচাৰীৰ আত্মহত্যা।

পল্টন বজাৰৰ কে কে হোটেলত এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে।হোটেল খনৰ দ্বিতীয় মহলাত আত্মহত্যা কৰে কৰ্মচাৰীজনে।কৰ্মচাৰীজনৰ নাম লতিফুৰ ৰহমান।১৭বছৰ ধৰি হোটেলখনত মেনেজাৰ হিচাপে কৰ্মৰত আছিল লতিফুৰ।আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।নিশা ১বজাত প্ৰতক্ষ্য কৰে হোটেল কতৃপক্ষই।

Read More

অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ২৪টা কঠোৰ নিৰ্দেশ।

অসম আৰক্ষীৰ প্ৰতি কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।দুখীয়া মানুহক গালি-গালাজ পৰাৰ মানসীকতা সলনি কৰিব লাগিব অসম আৰক্ষীয়ে,এই মন্তব্য কৰিলে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অপৰাধী দেখিলে কঠোৰ হব লাগে আৰক্ষী কিন্তু শ্ৰম কৰা মানুহ দেখিলে সন্মান কৰিব লাগে-মুখ্যমন্ত্ৰী।দুখীয়া মানুহৰ ঘৰত…

Read More

গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ আজি শুনানি

গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণাৰ পিছতেই তিনিচুকীয়া জিলা প্ৰশাসনৰ আজি শুনানি। জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী মনজিৎ বৰকাকতিয়ে শুনানি গ্ৰহণ কৰে সমগ্র ঘটনাৰ। ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ লগতে ইচ্ছুক ব্যক্তিক আজি ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ নিজৰ জবান বন্দী…

Read More

গাঁওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস

দেৰগাঁৱত আয়োজন কৰা হয় সদৌ অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশনত উপস্থিত থাকে মুখ্যমন্ত্ৰী।গাঁওৰক্ষী বাহিনীক জীৱন্ত, প্ৰাণৱন্ত সংগঠনলৈ ৰূপান্তৰ কৰিব লাগিব।ডাইনী হত্যা বন্ধ কৰাতো নিশ্চিত কৰিবলৈ আৰু জনতাৰ প্ৰতি সংবেদনশীল হ’বলৈ আৰক্ষীলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ।দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দুদিনীয়াকৈ এই…

Read More

কংগ্ৰেছী নেতা সকল এতিয়া কবি

ভূপেন বৰাৰ পাছত ভৱানী কলিতাৰ কবিতা ।কবিতাটো হাজৰিকাৰ ওপৰত লিখা হৈছে।কবিতাটো পঢ়ি চাওঁক মই হ'লো হাজৰিকা এৰা গেৰা নহও মই ঠেং ভাঙি দিও আৰু পানীৰে জুই জ্বলাও বহু ওপৰৰ মাল মই হাজৰিকা দেউতা আছিল কংগ্ৰেছী মইও আছিলো কংগ্ৰেছী কংগ্ৰেছত থাকি…

Read More
Back To Top