skip to Main Content

কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান।

কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে কৌশলেৰে পৰিবহন বিভাগৰ এটা দলে হঠাতে অভিযান চলাই।এই অভিযানত থৰকাচুটি হেৰুৱাইছে কৰ অনাদায়ী বাহনৰ মালিককে ধৰি যান-বাহন ব্যৱহাৰকাৰী বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত যোৱা এটা দলে…

Read More

আজি গণেশ চতুৰ্থী।প্ৰতিকুল বতৰৰ মাজতো ভক্তৰ ভীৰ মন্দিৰত।

আজি গণেশ চতুৰ্থী।প্ৰতিকূল বতৰৰ মাজতো মন্দিৰত ভক্তৰ ভীৰ।বৰষুণকো নেওঁচি মন্দিৰত ভক্তৰ দীঘলীয়া শাৰি দেখা গৈছে।বছৰটো ভালে কুশলে পাৰ হ'বৰ বাবে ধূপ-দীপ জ্বলাই পূজা অৰ্চনা কৰিছে সকলো লোকে।

Read More

ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল PSO।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই PSO ত্য়াগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগে।এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্য়ে প্ৰায় ৫০ জন প্ৰাক্তন মন্ত্ৰী,সাংসদ,ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত ৰাখিছিল PSO।অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান…

Read More

মহানগৰীত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা।

মহানগৰীত সংঘটিত হৈছে পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা।মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই জঘণ্য ঘটনা।অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰী গৰাকী।বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন নিকিতা খেমকা নামৰ বোৱাৰী গৰাকী।

Read More

নগাঁৱত বোমাতংক।ৰণথলীত উদ্ধাৰ দুটাকৈ আই ই ডি।

নগাঁৱৰ ৰণথলীৰ ৰজাভেটিত দুটাকৈ বোমা উদ্ধাৰ।দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ কৰা হৈছে।ঘটনাস্হলীত উপস্হিত হৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Read More

আজি বিশ্ব কৰ্কট দিৱস।

আজি বিশ্ব কৰ্কট দিৱস।৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসকলে পালন কৰে এই দিৱস।এই দিৱসৰ মূল উদ্দেশ্য হ'ল কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাই।আজি কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ।ৰাইজৰ মাজত…

Read More

ৰাজ্যজুৰি ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ।

ৰাজ্যজুৰি অব্যাহত আছে ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ।চাকৰি সুনিশ্চিত কৰাৰ দাবীত অব্যাহত আছে ৰাজ্যজুৰি প্ৰতিবাদ।১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৭ফ্ৰেব্ৰুৱাৰীলৈ অব্যাহত থাকিব এই প্ৰতিবাদ।চৰকাৰী কৰ্মচাৰীৰ দৰে সুবিধা প্ৰদানৰ দাবী তেওঁলোকৰ।

Read More

আছুৰ “অমূল্য কাকতি বঁটা ২০২২”ঘোষণা।

প্ৰত্যেক বছৰে আছুৰ ফালৰ পৰা "অমূল্য কাকতি বঁটা"প্ৰদান কৰি আহিছে।২০২২ ত এই বঁটা লাভ কৰিছে নঁগাৱৰ নাট্যশিল্পী জিতেন্দ্ৰ নাথ বৰাই।অহা ৯ ফ্ৰেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব এই বঁটা।

Read More

সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ আনি নিজকে নিৰ্দোষী সজাৰ চেষ্টা মৃদুপৱন নেওগৰ।

আৰক্ষীয়ে বিচাৰি নোপোৱা প্রৱঞ্চক মৃদুপৱনৰ ফেচবুকত পোষ্ট।সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ আনি নিজকে নিৰ্দোষী সজাৰ চেষ্টা নেওগৰ লগতে নগাঁও আৰক্ষীয়ে ভুৱা গোচৰ ৰুজু কৰাৰও অভিযোগ মৃদুপৱনৰ।আৰক্ষীয়ে মৃদুপৱনক বিচাৰি নোপোৱাক লৈ ইতিমধ্যে সৃষ্টি হৈছে বিতৰ্কৰ।এছপি আনন্দ মিশ্রক নিৰপেক্ষ তদন্তৰ আহ্বান মৃদুপৱন নেওগৰ।

Read More

উত্তৰ গুৱাহাটীৰ শিশুগ্ৰামত নাহৰফুটুকীৰ সন্ত্ৰাস।

উত্তৰ গুৱাহাটীৰ শিশুগ্ৰামকে ধৰি আই আই টি গুৱাহাটীৰ ওচৰে পাজৰে বহু দিনৰ পৰাই এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল।সকলো লোকে প্ৰায় আতংকত দিন কটাবলগীয়া হৈছিল বহু দিনৰে পৰা।আজি পুৱা চিলা আঞ্চলিক বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়।আই আই…

Read More
Back To Top