skip to Main Content

অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

গোগামুখ মিংমাঙত তীব্ৰ উত্তেজনা অব্যাহত। অসম-অৰুণাচলৰ দুয়ো ৰাজ্যৰ আৰক্ষী-অৰ্ধসাময়িক বাহিনী মোতায়েন। যিকোনো সময়তে হিংসা উত্তাপ বঢ়াৰ আকাংক্ষা।

Read More

লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ

লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ। ইণ্ডিয়ান অইল, অসম অইল কঢ়িওৱা গাড়ীৰ পৰা চুৰি হয় তেল। প্ৰতিখন গাড়ীৰ পৰা ২০ৰ পৰা ৩০ লিটাৰ চুৰি হয় তেল। তেল চুৰি চক্ৰৰ লগত ইণ্ডিয়ান অইল-এঅ'ডি, ইণ্ডিয়ান অইল carporation লিমিটেডৰ কৰ্মচাৰী গাড়ীৰ ড্ৰাইভাৰ…

Read More

সময়মতে কৰে পৰিশোধ নকৰা সকলৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

৩১মাৰ্চৰ পূৰ্বে ৰাজ্যৰ সকলো বিভাগক বাকী থকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই যান বাহনৰ বকেয়া কৰ সংগ্ৰহত তৎপৰ ৰাজ্যৰ পৰিবহন বিভাগ। কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ১০০ কোটি টকাৰ বকেয়া কৰ সংগ্ৰহৰ লক্ষ্য কামৰূপ…

Read More

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন ব্যয়বহুল দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব এখন ব্যয়বহুল দলং।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱন্টন কৰি দিছে ৩ হাজাৰ ৪০ কোটি টকা।এই কথা ঘোষণা কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই।পলাশবাৰি আৰু শুৱালকুচি সংযোগী নদীপথত হ'ব দলং।অতি কম দিনৰ ভিতৰত আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম।

Read More

মহানগৰীত ড্রাগছ বিৰোধী অভিযান

মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।দুই যুৱকৰ পৰা জব্দ হেৰ’ইন ভৰ্তি ৪১ টা কণ্টেইনাৰ।জব্দ নগদ ধন আৰু এখন বাইক।ভৰলুমুখৰ পৰা গ্রেপ্তাৰ জিতু দাস আৰু দ্বীপজ্যোতি কলিতা।

Read More

সাংসদ প্ৰদ্যুৎ বৰদলৈ কোভিডত আক্ৰান্ত

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ কোভিডত আক্ৰান্ত।স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে সাংসদ জন কোভিড আক্ৰান্ত হোৱাৰ তথ্য।কোভিডত আক্ৰান্ত বৰদলৈ বৰ্তমান বাসগৃহতে আছুতীয়াকৈ আছে ।

Read More

আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ সংগঠনেৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠন TLA আৰু UGPOৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আজি মূলসুঁতিলৈ উভতিব দুটাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃবৰ্গ।শান্তিৰ আলোচনালৈ আহিব TLA আৰু UGPO।আলোচনাৰ বাবে সাজু হৈছে শতাধিক কেডাৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত অস্ত্ৰ সম্বৰণ কৰিব দুয়োটা…

Read More

গুৱাহাটী ৰিফাইনেৰী হাস্পতালত কৰ্তব্যৰত নাৰ্ছক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ

গুৱাহাটী ৰিফাইনেৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা।নিশা কৰ্তব্যৰত নাৰ্ছক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ।চিকিৎসক ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ।সুৰামত্ত অৱস্থাত আছিল ভাস্কৰজ্যোতি।ঘটনা সন্দৰ্ভত নুনমাটি থানাত গোচৰ ৰুজু কৰিছে।বৰ্তমান পলাতক অভিযুক্ত চিকিৎসকজন।

Read More

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কামাণ্ডো বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাত নামিল অত্যাধুনিক মৰাণাস্ত্ৰসহ কামাণ্ডো বাহিনী। গণৰাজ্য দিৱসৰ দিনাই কাজিৰঙাত গঁড় সুৰক্ষাৰ বাবে আজিৰে পৰা এক নতুন সংযোজন। ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে পূৰ্বে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী আদি নিয়োগ কৰা হৈছিল…

Read More

IIT গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা। ছাত্ৰজনৰ ঘৰ উৰিষ্যাত। আই আই টি গুৱাহাটীৰ কপিলী হোষ্টেলত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ছাত্ৰ আছিল আৰুখা। বৰ্তমান ঘটনাস্থলীত আমিনগাঁও আৰক্ষী…

Read More
Back To Top