Skip to content

আজি অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।

আজি অনুষ্ঠিত হ'ল অসম আৰক্ষীৰ কণিষ্টবলৰ লিখিত পৰীক্ষা।অসম আৰক্ষীৰ ৯,০১৭টা পদৰ বাবে অনুষ্ঠিত হ'ল লিখিত পৰীক্ষা।কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ল পৰীক্ষা।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আছিল জামাৰ।জামাৰৰ জৰিয়তে পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে থকা মোবাইল নেটৱৰ্ক বিকল কৰা হৈছিল।ছেবা আৰু অসম-আৰক্ষীয়ে যুতীয়া ভাৱে অনুষ্ঠিত…

Read more

কৰ অধিক্ষক শোণিত কুমাৰ বৰঠাকুৰক গ্ৰেপ্তাৰ।

কৰ অধিক্ষক শোণিত কুমাৰ বৰঠাকুৰক গ্ৰেপ্তাৰ।উৎকোচ লৈ হাতেলোটে ধৰা পৰে মৰিগাঁৱৰ কৰ অধিক্ষক শোণিত কুমাৰ বৰঠাকুৰ।মৰিগাঁৱৰ চুলতান নাৰ্চিং হোমৰ পৰা উৎকোচ লৈ ধৰা পৰে কৰ অধিক্ষক গৰাকী।

Read more

মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।প্ৰেমৰ বাবে পশ্চিমবংগৰ পৰা আহি গুলীয়ালে প্ৰেমিকাৰ ককায়েকক।মহানগৰীৰ বশিষ্ঠতৰ বঙালী বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰক্ষীয়ে ধৃত যুৱকজনক ইতিমধ্যে কৰায়ত্ত কৰিছে।যুৱকজনৰ নাম হৈছে প্ৰেম কুমাৰ দেৱনাথ।

Read more

সোনাপুৰত জব্দ ১৪কোটি টকাৰ নিষিদ্ধ ম’ৰফিন।

সোনাপুৰত জব্দ ১৪কোটি টকাৰ নিষিদ্ধ মৰফিন।মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন মাৰুতি জিপচী আৰু চুইফট ডিজাইনৰ বাহনৰ বিভিন্ন গোপন স্হানত লুকুৱাই আনিছিল নিষিদ্ধ মৰফিন।জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য ১৪কোটি টকা।

Read more

প্ৰতিবাদত উত্তাল কটন বিশ্ববিদ্যালয়।

প্ৰতিবাদত উত্তাল কটন বিশ্ববিদ্যালয়।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই ঘেৰাও কৰিলে পঞ্জীয়কৰ কাৰ্যালয়।বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা ছাত্ৰক এতিয়াও শাস্তি বিহা হোৱা নাই।দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ ছাত্ৰ একতা সভাৰ।কটন বিশ্ববিদ্যালয়ত ব্যাপক অনিয়ম হোৱাৰো অভিযোগ তুলিছে ছাত্ৰ একতা সভাই।

Read more

অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে হ’ব লিখিত পৰীক্ষা,পৰীক্ষা কেন্দ্ৰত কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষাৰ্থীসকল প্ৰবেশ কৰিব লাগিব

২০ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা ।দেওবাৰৰ ৰাজ্যৰ মুঠ ৮ খন জিলাৰ ৭৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ…

Read more

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ।নামঘৰৰ উপিৰিও নিৰ্মাণ কৰা হ’ব কামাখ্যা দেৱীৰে মন্দিৰ। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাৰজাত অঞ্চলত মুম্বাইস্থিত অসমীয়া সমাজে নিৰ্মাণ কৰিব এই নামঘৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই নামঘৰটোৰ নামাকৰণ কৰা হৈছে ‘শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক…

Read more

ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ

ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ।আজিকালি সঘনাই ঘটি থকা সমস্যা সমূহৰ এটা উল্লেখযোগ্য সমস্যা হৈছে ভূমি সম্পৰ্কীয় সমস্যা।মাটি-বাৰিৰ বাবে নিজৰ পৰিয়ালৰ লোককে হত্যা কৰাও দেখা পোৱা গৈছে।সেইবাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ।নম্বৰটো হৈছে-18003452666।

Read more

স্বামী মুকুতানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰা পাণ্ডু-কামাখ্যা পথৰ নামাকৰণৰ সিদ্ধান্ত বাতিল।

স্বামী মুকুতানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰা হৈছিল পাণ্ডুৰ পৰা কামাখ্যা সংযোগী পথটো।কিন্তু এই প্ৰস্তাৱ এতিয়া বাতিল কৰা হৈছে।GMCপ্ৰস্তাৱ বাতিলৰ নিৰ্দেশ বিভাগীয় মন্ত্ৰীৰ।পথছোৱাৰ নামাকৰণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ।প্ৰতিক্ৰিয়াৰ পাছতে গৃহ -নগৰ পৰিক্ৰমা বিভাগৰ পত্ৰ GMCলৈ।

Read more

অবৈধভাৱে পাৰ্কিং গঢ়ি তুলি বিপদত শ্বপিং মল CITY CENTER।

অবৈধভাৱে পাৰ্কিং গঢ়ি তুলি বিপদত শ্বপিং মল CITY CENTER।কোনো ধৰণৰ অনুমতি নোহোৱাকৈ শ্বপিং মলটোৱে সংগ্ৰহ কৰি আছিল মাছুল।দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ অনুমতি নোহোৱাকৈ চলাই আছিল পাৰ্কিং।পাৰ্কিংৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০ ৰ পৰা ১৫০ টকা পৰ্যন্ত।দৈনিক ২০ ৰ…

Read more
Back To Top