Skip to content

আজি অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয় দিচপুৰ প্ৰেছ ক্লাৱত।

আজি অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয় দিচপুৰ প্ৰেছ ক্লাৱত।মীন উন্নয়ন নিগমটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবৰ বাবে সকিয়াই দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।অসম মীন উন্নয়ন নিগমৰ বিত্তীয় কেলেংকাৰিত জড়িত বহুকেইজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অনুসূচীত যুৱ ছাত্ৰ…

Read more

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাৰ সংবাদমেল

চৰকাৰৰ বিৰুদ্ধে অভিযোগ শৰ্মাৰ বিজেপিৰ দিনত কাগজ কলৰ বিনা চিকিৎসাৰ অবিহনে প্ৰায় ১০০জন কৰ্মচাৰীৰ মৃত্যু।কাগজ কলৰ নামত আৱণ্টিত ৪১৪১ কোটি টকা ক'ত ব্যয় কৰিলে:দিলীপ কুমাৰ শৰ্মা।

Read more

অসম জাতীয় পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি অসম জাতীয় পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।আজি সংবাদমেলযোগে পৌৰ সভাৰ নিৰ্বাচনী ৰণডংকা বজাই AJYCPয়ে।মাজুলিৰ প্ৰাৰ্থী গৰাকীক লৈও আশাবাদী অসম জাতীয় পৰিষদৰ সকলো বিষয় ববীয়া।

Read more

আজি ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে

আজি ৰাজীৱ ভৱনত শ্ৰমিক নেতা মানৱেন্দ্ৰ শৰ্মা মৃত্যু দিৱস উপলেক্ষ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বহুতো কংগ্ৰেছৰ নেতা উপস্থিত থাকি মানৱেন্দ্ৰ শৰ্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Read more

মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ঘৰৰ সন্মুখতে নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ী আদেশ যাদৱক।মেডিকেলত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Read more

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰেলৱেৰ ভূমি বহিৰাগত ব্যৱসায়িক হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।ৰেল কতৃপক্ষৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৫৮ বিঘা ভূমি ৰাজ্য চৰকাৰৰ অধীনলৈ আনিবলৈ সকিয়াই…

Read more

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল

পৌৰ সভাৰ নিৰ্বাচনলৈ ৰাজীৱ ভৱনত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল।বিজেপিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ ঘৰলৈ গৈ প্ৰাৰ্থী ৰ লগতে পৰিয়ালৰ মানুহক ভাবুকি প্ৰদান কৰিছে। কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীয়েই স্বেচ্ছাই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই।কংগ্ৰেছে এই দৰে সংবাদ মেলত অভিযোগ আনে…

Read more

দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় আঞ্চলিক গণ মৰ্চাৰ এক সংবাদমেল

আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় আঞ্চলিক গণ মৰ্চাৰ এক সংবাদমেল।সংবাদমেলখনৰ আঁত ধৰে অজিত কুমাৰ ভূঞাই।এনকাউন্টাৰ সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয় উক্ত সংবাদমেলখনত।হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অজিত কুমাৰ ভূঞাই।

Read more

আজি DC COURTত নিচা মুক্তি অভিযানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

আজি DC COURTত নিচা মুক্তি অভিযানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।DC ৰ লগতে মনোৰোগ বিশেষজ্ঞ,গায়িকা ড০সংগীতা কাকতি কে ধৰি বিভিন্ন সমাজ সচেতন লোক তাত উপস্হিত থাকে।নৱ-প্ৰজন্মৰ মাজৰ পৰা নিচা আতৰাই এখন নিচা মুক্ত সমাজ গঢ়ি তুলাৰ এক প্ৰচেষ্টা সকলোৱে…

Read more
Back To Top