Skip to content

হঠাতে দিয়া হ’ব নেকি পুনৰ লকডাউন?

দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ।দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বিশ্ব স্বাস্থ্য সংস্থাই লকডাউন সন্দৰ্ভত মন্তব্য আৰোপ কৰিছে।ক'ভিডক প্ৰতিহত কৰিবলৈ লকডাউনতকে বেলেগ ব্যৱস্থা কৰিব লাগে।এই মন্তব্য WHO ৰ প্ৰতিনিধি ৰড্ৰিকো এছ আফ্ৰিনৰ।তেওঁৰ মতে লকডাউনে সকলোকে জুৰুলা কৰি পেলাইছে।

Read more

মহানগৰীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।মহানগৰীৰ বিৰুবাৰীত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ বিৰুবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।জুঁইত ভস্মীভূত কেইবাটাও বাসগৃহৰ লগতে প্ৰয়োজনীয় সা-সামগ্ৰী।কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুঁই নুমুৱাবলৈ সক্ষম হয়।ছৰ্ট-ছাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ।

Read more

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ জিলাত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ১৬৬৯ জনলৈ। মঙলবাৰে কামৰূপ জিলাত ৩৬১জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। বৰ্তমান ৰাজহুৱা…

Read more

গুৱাহাটী ৰে’ল ষ্টেচনত শোকাৱহ দুৰ্ঘটনা

গুৱাহাটী ৰে’ল ষ্টেচনত শোকাৱহ দুৰ্ঘটনা।গুৱাহাটী-মাৰ্কংছেলেক এক্সপ্ৰেছৰ ৰেল চালক নিহত।ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়ত সংঘটিত হয় অঘটন।উচ্চ ভল্টেজ সম্পন্ন বিদ্যুতৰ তাঁৰত স্পৰ্শ হোৱাৰ ফলত নিহত হয় ৰেল চালকজন।গুৱাহাটী-মাৰ্কংছেলেক ৰেলখনৰ ইঞ্জিনৰ সমীপত উদ্ধাৰ ৰেল চালক জন।

Read more

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ প্ৰসংশা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ ৰোধ হৈছে গঁড় হত্যা। ২১ বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৮৯টা গঁড় হত্যা হয় চোৰাং চিকাৰীৰ হাতত। ২০ বছৰৰ পাছত ২০২১ বৰ্ষত মাত্ৰ এটা গঁড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে…

Read more

DGPক সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

DGPক সাক্ষাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত এপিচিচিৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে যে, কৰ্তব্যৰত আৰক্ষী বিষয়াক পিটিকা বনাই দিম বুলি ক’লে ব্যৱস্থা ল’বনে নাই সুধিলো। DGPয়ে ক’লে ব্যৱস্থা লোৱা হ’ব। Z নিৰাপত্তা পোৱা…

Read more

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই

কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিৰজু মহাৰাজৰ। ৮৩ বছৰ বয়সত মৃত্যু হয় বিৰজু মহাৰাজৰ। কথক সম্ৰাট গৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমী আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ…

Read more

আজি শিল্পী দিৱস

আজি শিল্পী দিৱস।ৰাজ্যজুৰি সোঁৱৰণ কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। গুৱাহাটীৰ বিভিন্ন প্ৰান্ত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।গীতে-মাতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ত জন্ম হৈছিল।১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যু হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ, লেখক…

Read more

এজাহাৰৰ নামত ধন সংগ্ৰহ কৰাৰ লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যজুৰি এজাহাৰৰ নামত ধন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। বৰ্তমান ২১০টা দালালক আটক কৰিছে আৰক্ষীয়ে। কামৰূপৰ পৰা সৰ্বাধিক ৩৭টা, গোৱালপাৰাৰ পৰা ১৩টা, কাছাৰ আৰু কৰিমগঞ্জত ১০টা, গোলাঘাটত ৯টা, যোৰহাটত ৯ টা আৰু দৰঙত ৯টা দালালক আটক কৰে আৰক্ষীয়ে।

Read more

ভেকচিন নোলোৱা লোক সকল সাৱধান।ভেকচিন নললে নাপাব দৰমহা।

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে সৰৱ ৰাজ্য চৰকাৰ।আজিৰে পৰা প্ৰযোজ্য হ'ল No Vaccine No Entry।আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ'ল ভেকচিন নোলোৱা লোকসকলৰ বাবে নতুন ক'ভিড বিধি।ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Read more
Back To Top