skip to Main Content

অসম মেঘালয় সীমা বিবাদ নিষ্পত্তি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ:অতুল বৰা

অসম - মেঘালয় সীমাত সঘনাই হৈ থকা সংঘাট অন্ত পেলাবলৈ দুয়ো খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে আলোচনা। ৱেষ্ট খাচী আৰু কামৰূপ জিলাৰ এলেকাৰ স্থানীয় লোকক দুস্কৃতীকাৰীয়ে ভাবুকি দিয়াৰ বাবে সেই অঞ্চলত নিয়োগ কৰিছে বিশেষ ফৰ্চ লগতে পুলিচ পেট্ৰলিং আৰু ভিডিপি।

Read More

মহানগৰীত প্ৰেমৰ নামত প্ৰেমিকাই লুটিলে প্ৰায় ৯ লাখ টকা

প্ৰেমৰ নামত সৰ্বস্বান্ত এজন প্ৰেমিক যুৱকৰ। গুৱাহাটীত হানি ট্ৰেপিংৰ ঘটনা। প্ৰেমিকাই প্ৰায় ৯ লাখ টকা লুটি লৈ যোৱাত সহায় বিচাৰি আৰক্ষীৰ কাষত উপস্থিত প্ৰাঞ্জল ডেকা। লগতে কোনো তৃতীয় পক্ষৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ প্ৰাঞ্জল ডেকাৰ।

Read More

কোনে বাৰু ভাল নাপায় ‘মেকাপ’!

মেকাপ অবিহনে যেন আধৰুৱা আমাৰ জীৱন। বৰ্তমান যুগত মেকাপ সকলোৰে প্রিয়। কোনোৱে হয়তো কেতিয়াবা কব পাৰে যে মই মেকাপ নকৰো বা ভাল নাপাওঁ বুলি কিন্তু তেওঁৰো হয়তো মন নোযোৱাকৈ নাথাকিব, তেওঁৰো হয়তো কেতিয়াবা মন যাব মেকাপ কৰিবলৈ। কাৰণ নিজকে ধুনীয়া…

Read More

পঞ্চদশ বিধানসভাৰ প্ৰথমটো শীতকালীন অধিৱেশন।

আজিৰেপৰা আৰম্ভ পাঁচদিনীয়াকৈ বিধান সভা অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই উত্তাল সদন। বিৰোধীয়ে উত্তাল কৰে সদন। সদনৰ বাহিৰত উচ্ছেদ অভিযানক লৈ প্ৰতিবাদ AIUDFৰ বিধায়কৰ। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলে বিভিন্ন ইছ্যুক লৈ উত্তাল কৰে সদন। প্ৰশ্নোত্তৰৰ ঘণ্টাৰ পিছতে সদন…

Read More

ৰহাৰ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ

ৰহাৰ কংগ্ৰেছী বিধায়কে যোগদান কৰিব বিজেপিত। বৰ্তমান তেওঁ চৰকাৰৰ লগত থাকি, চৰকাৰক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰহা সমষ্টি উন্নয়নৰ বাবেও চৰকাৰে বিধায়জনক সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

Read More

ৰাজগড়ত ভৰলু বছাও অভিযানৰ অনুষ্ঠান

আজি গুৱাহাটী ৰাজগড়ৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ভৰলু বছাও অভিযানৰ এক অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ সম্পাদিকা ডাঃ ৰুবি কটকীৰ লগতে বহু বিশিষ্ট ব্যক্তি।

Read More
Back To Top