skip to Main Content

অস্থায়ীভাৱে বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

গুৱাহাটী স্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খন অস্থায়ীভাৱে বন্ধ থাকিব ১ জানুৱাৰী, ২০২২ তাৰিখৰ পৰা। MMCH হব পাৰে মহানগৰীৰ দ্বিতীয় খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় বন্ধ হলেও ৰোগী সকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী…

Read More

ৰাষ্টীয় পৰ্যায়ত সাফল্য অৰ্জন অসমৰ প্ৰাপ্তি মেধিৰ

প্ৰাপ্তি মেধিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত হোৱা ৫৯ তম ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ১৭ বছৰ অনুৰ্দ্ধৰ শাখাত প্ৰাপ্তি মেধিয়ে ৰূপৰ পদক অৰ্জন কৰে। ৫০০ মিটাৰ ৰিং ৰেচ্‌ ৫২ .৬২ ছেকেণ্ডত সমাপ্ত কৰিবলৈ সক্ষম হয়। প্ৰাপ্তি…

Read More

মানৱ অধিকাৰ আয়োগৰ বিশেষ সংবাদমেল

মানৱ অধিকাৰ আয়োগৰ বিশেষ সংবাদমেল।সদৰি কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মানৱ অধিকাৰ আয়োগে আজি এক সংবাদমেলৰ আয়োজন কৰে।বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ খানাপাৰাত অনুষ্ঠিত হৈছিল মানৱ অধিকাৰ আয়োগৰ ৰাজহুৱা শুনানি। অসমকে ধৰি অৰুণাচল প্ৰদেশ, মণিপুৰ ,চিকিম আৰু নাগালেণ্ডৰ…

Read More

এন ই মিডিয়া বেংকৰ সংবাদমেল।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এন ই মিডিয়া বেংকৰ সংবাদমেল। সংবাদমেল আয়োজন কৰে এন ই মিডিয়া বেংক নামৰ ইউ টুব চেনেল এন ইভেন্তে। সংবাদমেলত উপস্থিত থাকে এন ই মিডিয়া বেংক নামৰ ইউ টুব চেনেল এন ইভেণ্টৰ সত্বাধিকাৰী অংকিতা…

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ত কভিড পজিটিভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীক্ষাৰ্থী দেহত ধৰা পৰিছে কভিড পজিটিভ। ১৯ জনকৈ শীক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। এ টি-9 হোষ্টেলত ১০জন, RCC 6 আৰু RRC 5 হোষ্টেলতো পোৱা গৈছে কভিড পজিটিভ।

Read More

‘কা’ আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ

CAA বিৰোধী আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদি পুনৰ CAAৰ বিৰুদ্ধে সৰৱ আছু নেতৃত্ব। আজি হাতীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পালন কৰা হয় শ্বহীদ দিৱস। স্মৰণ কৰা হয় 'কা' আন্দোলনৰ পঞ্চ ছহিদক। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় CAA বিৰোধী আন্দোলনৰ পাঁচজন…

Read More

কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

কেন্দ্ৰই কা বাতিল নকৰালৈকে প্ৰতিবাদ অব্যাহত থকাৰ কথা ঘোষণা লুৰীণজ্যোতি গগৈৰ। আজি বিশাল প্ৰতিবাদী সমদল উলিয়াই কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সূচনা। অসম জাতীয় পৰিষদৰ 'জাতীয় সংকল্প অভিযান'ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা…

Read More
Back To Top