skip to Main Content

APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ

APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পণ।দুদিন ধৰি ৰহমান আত্মগোপন আছিল।মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত আত্মসমৰ্পণ কৰে APDCLৰ কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে।

Read More

ৰাইজৰ দলৰ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল।

ৰাইজৰ দল গঠনৰ বাবে দিয়া সমৰ্থন প্রত্যাহাৰ ৭০টা সংগঠনৰ।ৰাইজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্রত্যাহাৰ।ৰাইজৰ দল নিজৰ নীতিৰ পৰা বিচলিত হোৱাৰ অভিযোগ।নিজৰ মুনাফা অৰ্জনৰ বাবে ৰাইজৰ দল চলোৱাৰ অভিযোগ।আমছু নেতাক ৰাইজৰ দলৰ টিকট দিয়াকলৈও অভিযোগ।

Read More

মহানগৰীৰ লাচিত নগৰত আৰক্ষীৰ অভিযান।

মহানগৰীৰ লাচিত নগৰত বি টি কলেজৰ সমীপত আৰক্ষীৰ অভিযান।ভূমাফিয়া ৰামেশ্বৰ তালুকদাৰৰ ভাতৃৰ ঘৰত আৰক্ষীৰ অভিযান।ৰামেশ্বৰ তালুকদাৰৰ ভাতৃ মুনুৱে খুলি দিয়া নাছিল ঘৰৰ দুৱাৰ।আৰক্ষীয়ে ঘৰৰ দুৱাৰৰ লক ভাঙি ভিতৰত সোমাবলৈ গ্ৰহণ কৰিছিল ব্যৱস্থা।

Read More

ভৰলু নদীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য

ভৰলু নদীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য । আজি পুৱা মহানগৰীত Save Bharalu চাইকেল ৰেলী।চাইকেল ৰেলীৰ জৰিয়তে সজাগতামূলক কাৰ্যসূচী।মহানগৰীৰ জোনালীৰ পৰা উলিওৱা হয় এই ৰেলী। ফ্লেগঅফ কৰে অনুৰাধা শৰ্মা পূজাৰী, পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই।

Read More

অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ বঁটা

অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা। এই বঁটা হৈছে ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সাতটা শাখাত প্ৰদান কৰা এই বঁটা ড° শইকীয়াই ‘‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান’’…

Read More

মহানগৰীৰ পাণ্ডুত অঘটন।

মহানগৰীৰ পাণ্ডুত অঘটন। ৪ জন ছাত্ৰ সন্ধানহীন ব্ৰহ্মপুত্ৰত। টিউচন ৰ পৰা গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। ৪ জনেই আছিল জন দশম শ্ৰেণীৰ ছাত্ৰ। পাণ্ডু SRP কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ঘটনা। স্কুলৰ বেগ, জোতা উদ্ধাৰ হৈছে ঘাটত। পৰিয়ালৰ লোকে চিনাক্ত কৰে…

Read More

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা।

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা। পত্নী আৰু পুত্ৰক হত্যা কৰিআত্মহত্যা কৰিলে এজন লোকে। মহানগৰীৰ সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং বাসগৃহত সংঘটিত হৈছে এই ঘটনা।এজন হোমিও ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পত্নীৰ ডিঙি কাটি আৰু ছয় বছৰীয়া…

Read More

প্ৰৱঞ্চক মৃদুপৱন নেওগৰ কাহিলীপাৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান।

প্ৰৱঞ্চক মৃদুপৱন নেওগ নামৰ যুৱকজনৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই অভিযান। নিশা ২ বজাত আৰক্ষী অহাৰ সম্ভেদ পাই পলায়ন নেওগৰ।নিজকে কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিয়ে যুৱকজনে।আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক…

Read More

APDCL নিযুক্তিৰ পৰীক্ষাত কেলেংকাৰি

APDCL নিযুক্তিৰ পৰীক্ষাত বিয়াগোম কেলেংকাৰি।১০জন লোকক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। নিশা মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই CM ভিজিলেন্সৰ।APDCLৰ ১,৬০০ পদত নিযুক্তিৰ পৰীক্ষাত অনিয়ম বাবে ২০১৯বৰ্ষৰ APDCLৰ পৰীক্ষা বাতিল। পুনৰ অনুষ্ঠিত হব এই পৰীক্ষা। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।গ্ৰেপ্তাৰ…

Read More
Back To Top