skip to Main Content

ধ্বংসৰ গৰাহত অসমৰ একমাত্র ৰামচৰ ক্ষেত্র দীপৰ বিল

ধ্বংসৰ গৰাহত দীপৰ বিল। চৰকাৰৰ অৱহেলাৰ বাবে হেৰাই যোৱাৰ উপক্রম হৈছে দীপৰ বিলৰ ঐতিহ্য। শেহতীয়াকৈ বিলখনৰ চৌপাশে নিৰ্মাণ হোৱা উদ্যোগ, দীপৰ বিলৰ বেদখল আৰু পেলনীয়া জাবৰ জোথৰ পেলাই প্ৰদূষিত কৰিছে দীপৰ বিল। দীপৰ বিললৈ অহা পৰিভ্রমী চৰাই বৰ্তমান নোহোৱা হৈছে।…

Read More

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২১ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান। দেওবাৰে লাষ্টগেটৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন হয় বঁটা প্ৰদান অনুষ্ঠান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

Read More

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।

শ্বহীদক অপমান কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীক আজি নিয়া হয় আদালতলৈ।ওৰেনিশা পাণবজাৰ থানাত কটালে বিতৰ্কিত কংগ্ৰেছ বিধায়কজনে।নিশা এপৰলৈকে আৰক্ষীয়ে জেৰা কৰিলে শ্বেৰমান আলী আহমেদক।গীতানগৰ থানাত ৰুজু হোৱা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিধায়কজনক।

Read More

গুৱাহাটীত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু।

গুৱাহাটীত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু।প্ৰথমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অংশ ললে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।গুৱাহাটীত আজিৰ দিনটোতে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ তিনিটা কাৰ্যসূচী।লুইতৰ পাৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰে ঐতিহ্য কেন্দ্ৰ।GMCHত মুকলি কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান।

Read More

বোকাজানত পুনৰ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

বোকাজানত পুনৰ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ। বোকাজানৰ খটখটিত জব্দ ৩৫.১০ গ্ৰাম হেৰ'ইন। খটখটি নাকা তালাচীত ৩ টা চাবোনৰ বাকচত জব্দ হয় ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা অসমলৈ আহি থকা অৱস্থাতে AS01 GC 6628 নম্বৰৰ বাছখনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি। ধৃত ড্ৰাগছ…

Read More

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বধিৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষা বাধ্যতামূলক প্ৰৱৰ্তনৰ দাবী। বধিৰ বিদ্যালয়ত খালী হৈ থকা ৫/৬ টা পদ পূৰণৰ লগতে জৰাজীৰ্ণ আৱাসগৃহ মেৰামতিৰ দাবী।

Read More

আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক

আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক। নিশা ৭ বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত হ'ব এই বৈঠক। বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী পেনেল। থাওৰাত সুশান্ত বৰগোঁহাই, মৰিয়ণীত ৰূপজ্যোতি কুৰ্মী, ভৱানীপুৰত ফণীধৰ তালুকদাৰ হ'ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী। UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও, তামোলপুৰ। প্ৰাক্তন…

Read More

মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে বিশেষ প্ৰদক্ষেপ

মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে বিশেষ প্ৰদক্ষেপ। কভিড মহামাৰীত মৃত ব‍্যক্তিৰ পৰিয়াল বৰ্গলৈ আৰ্থিক সাহাৰ্য্য। এক লাখ টকাৰ এক কালীন সাহাৰ্য্য বিতৰণ। এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু বিধায়ক ৰমেন কলিতা।

Read More

আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

শনিবাৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰিছে। assamstatezoo.in ৱেবচাইটৰ জৰিয়তে দৰ্শনাৰ্থীসকলে টিকট বুক কৰিব পাৰিব।

Read More

মাছখোৱা প্ৰাগজ‍্যোতি সাংস্কৃতিক প্ৰকল্পত উত্তপ্ত পৰিস্থিতি।

মাছখোৱা প্ৰাগজ‍্যোতি সাংস্কৃতিক প্ৰকল্পত ফেশ্বন শ্ব'ৰ মাজতে সংঘটিত হ'ল উত্তপ্ত পৰিস্থিতি।ষ্টাৰ ইণ্ডিয়া কেপিটেল নামৰ প্ৰতিষ্ঠানটো বিৰুদ্ধে অভিযোগ।প্ৰতিষ্ঠানটোৱে আয়োজন কৰিছিল ফেশ্বন শ্ব' প্ৰতিযোগিতা। অনুষ্ঠানটো আৰম্ভ কৰিয়েই পলাই পত্ৰং আয়োজক কমিটী।

Read More
Back To Top