skip to Main Content

DIG ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ।

DIG ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ।ৰৌণক আলী হাজৰিকাৰ হেঙেৰাবাৰীস্থিত ঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াই চলাইছিল অভিযান।আয়তকৈ বেছি সম্পত্তিৰ গৰাকী ৰৌণক আলী হাজৰিকা।এছপি ৰজী কলিতাৰ নেতৃত্বত এটা বৃহৎ দল উপস্থিত হৈছিল বিষয়াজনৰ ঘৰত।

Read More

ৰাজ্যৰ উপ-নিৰ্বাচনৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ দলে৷

ৰাজ্যৰ উপ-নিৰ্বাচনৰ তিনিটা সমষ্টিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰৰ প্ৰাৰ্থী নাম ঘোষণা। গোসাইগাঁও সমষ্টিত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব৷

Read More

দিছপুৰ আৰক্ষীৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈৰ ৰিজাৰ্ভ ক্ল’জ।

দিছপুৰ আৰক্ষীৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈৰ ৰিজাৰ্ভ ক্ল’জ।দিছপুৰ আৰক্ষীৰ ট্ৰেফিক ব্ৰাঞ্চৰ উপ-পৰিদৰ্শক শ্বাহিৰ আলীৰো ৰিজাৰ্ভ ক্ল’জ।দুয়োগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।সুৰামত্ত হৈ নিশা গাড়ী চলাই ৯ জন শ্ৰমিকক আহত কৰিছিল ৰাজকন্যা বৰুৱায়। দুৰ্ঘটনাৰ ফলত এজন…

Read More

ন ন তথ্য উদ্ঘাটন APDCL পৰীক্ষা কেলেংকাৰীৰ

ন ন তথ্য উদ্ঘাটন APDCL পৰীক্ষা কেলেংকাৰীৰ। ধনৰ লেন-দেন কৰা প্ৰাৰ্থীক জেৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ। ১৫ প্ৰাৰ্থীক পৃথকে পৃথকে মাৰাঠন জেৰা তদাৰকী কোষৰ। মুল্যায়ন সমিতিৰ সদস্যও জেৰাৰ সন্মুখিন তদন্তকাৰী সংস্থাৰ। দিন বাগৰাৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে APDCL…

Read More

গৰুখুটিৰ ঘটনাক লৈ হাইকৰ্টৰ নিজাববীয়া গোচৰ

গৰুখুটিৰ ঘটনাক লৈ হাইকৰ্টৰ নিজাববীয়া গোচৰ। ৬/২২১ নম্বৰত পঞ্জীয়ণ ৰাজহুৱা স্বাৰ্থজনিত গোচৰ। ৰাজ্য চৰকাৰলৈ জাননী জাৰি গুৱাহাটী হাইকৰ্টৰ। উত্তৰ দিবলৈ ৭ অক্টোবৰলৈ সময় ললে চৰকাৰে। গৰুখুটী কাণ্ডক লৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ অসম নাগৰিক সমাজৰ। পত্ৰৰ পিছতে নিজাববীয়া গোচৰ ৰুজু হাইকৰ্টৰ।

Read More

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত উপস্থিত হৈ এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ একমাত্ৰ জৈৱ বৈচিত্ৰ উদ্যান কাজিৰঙাৰ অৰ্কিড পাৰ্কত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে জুবিন গাৰ্গে। অৰ্কিড উদ্যানলৈ অহা পৰ্য্যটকৰ সৈতে ফটো…

Read More

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।মৰিয়নীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক।ভৱানীপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ফণী তালুকদাৰক। থাওৰাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুশান্ত বৰগোহাঁইক।

Read More

বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন।

বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন।এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে।উল্লেখ্য যে, দলে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।৩দিনৰ সময়সীমা বান্ধি দিছিল কংগ্ৰেছ নেতৃত্বই।সোমবাৰে ৩দিনৰ সময়সীমা পাৰ হোৱাৰ পাছতে এই সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছৰ।

Read More

সোণাপুৰত মৃতদেহ উদ্ধাৰ

সোণাপুৰত মৃতদেহ উদ্ধাৰ। সোণাপুৰৰ যোগদল-মৰঙাবাৰী পথাৰত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো যোগদল দেওঁপাহাৰৰ সোণেশ্বৰ টেৰণ(৩৭) ৰ বুলি জানিব পৰা গৈছে। তিনি দিন পুৰ্বে মাছ মাৰিবৰ বাবে উলাই আহি সন্ধানহীন হৈ আছিল ব্যক্তিজন। ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Read More

কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত বিধায়ক শ্বেৰমান আলী

কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে বিধায়ক শ্বেৰমান আলীক।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লৈ অহা হৈছে বিধায়ক গৰাকীক। আৰক্ষীৰ জিম্মা বিচাৰি আদালতত আবেদন পাণবজাৰ আৰক্ষীৰ।

Read More
Back To Top