skip to Main Content

কলিয়াবৰত বাঘৰ আতংক।

কলিয়াবৰৰ কুঠৰী-বাঘমাৰিত বাঘৰ আতংক।বাঘমাৰিৰ এটা খাৱৈত সোমাল এটা বাঘ।বৰ্তমানেও মেটেকাৰ তলত আৱদ্ধ হৈ আছে বাঘটো।কাজিৰঙাৰ পৰা ওলাই আহিছিল আৱদ্ধ হৈ থকা ঢেকীয়াপতীয়া বাঘটো।

Read More

ওদালগুৰি জিলাত পথদুৰ্ঘটনা

ওদালগুৰি জিলাৰ ডিমাকুছিত কালি নিশা ভয়ংকৰ পথদুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। লোক জনৰ নাম ৰৱেন ৰয়।ৰৱেন ৰয়ে ডিমাকুছিৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়ত এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায়।

Read More

আৰক্ষীৰ বিৰুদ্ধে আদালত গোচৰ।

মহানগৰ আৰক্ষীৰ বিৰুদ্ধে আদালত গোচৰ।গোচৰ তৰিলে ক'কেইন কাণ্ডৰ অভিযুক্ত বিশাল চৌধুৰী পৰিয়ালে।আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰা অভিযোগ বিশালৰ পিতৃৰ।পিতৃৰ মতে হাতত হেণ্ডকাফ লাগি থকাৰ পিছত কেনেদৰে পলালে বিশাল।

Read More

কাজিৰঙাত ৪ টা গঁড়, ১৭ টা পহুৰ মৃত্যু

কাজিৰঙাৰ প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন । বহু কেইটা বন্য প্ৰাণীৰ মৃত্যু।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে।ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।বন বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ বানত মৃত্যু হোৱা…

Read More

কাজিৰঙা পুনৰ গঁড়ৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত বানত ডুবি মৃত্যু হয় গঁড়টো।বুঢ়াপাহাৰৰ টুনীকাটি বন শিবিৰ এলেকাত উদ্ধাৰ হৈছে।গঁড়টো মৃত্যুদেহ অক্ষত অৱস্থাত পোৱা গৈছে গঁড়টোৰ খৰ্গ।কেইদিনমানৰ পূৰ্বে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।

Read More

মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ শোকপ্রকাশ ৰাইজৰ দলৰ

মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ শোকপ্রকাশ কৰে ৰাইজৰ দলে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীৰ লগতে দলঙৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা নকৰিবলৈও বাদী ৰাইজৰ দলৰ।

Read More

নিমাতি ঘাটৰ ফেৰী দুৰ্ঘটনাৰ ওপৰত অজিত কুমাৰ ভূঞা‌ৰ মন্তব্য।

নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ আঁৰত বিজেপি চৰকাৰৰ গাফিলতিৰ অভিযোগ ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা‌ৰ।

Read More

মহানগৰীত দিনদুপৰতে ডকাইতি

মহানগৰীত দিনদুপৰতে সংঘটিত হয় ডকাইতি কাণ্ড। কাহিলিপাৰা ষ্টেট বেংকৰ সমীপৰ পৰা দুখন পালচাৰত অহা দুৰ্বৃত্তই লুটি নিলে ৫ লাখ টকা। পৰেশ শৰনীয়া নামৰ জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰীজনে বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি। টকাখিনি উলিয়াই গাড়ীত বহোতেই টকাৰ বেগ কাঢ়ি নিয়ে…

Read More

একালৰ যুদ্ধ বিমান বৰ্তমানৰ সন্ত্ৰাসবাদীৰ খেলনা সামগ্ৰী

একালৰ যুদ্ধ বিমান বৰ্তমানৰ সন্ত্ৰাসবাদীৰ খেলনা সামগ্ৰী! কাবুলত আমেৰিকান সেনা বাহিনীয়ে অচল কৰি এৰি যোৱা যুদ্ধ বিমানৰ পাংখাত এতিয়া ঝুলনা ঝুলিছে তালিবানে।

Read More
Back To Top