skip to Main Content

কামৰূপ জিলাত হাতীৰ গচকত এজনৰ মৃত্যু।

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। কামৰূপ জিলাৰ ৰাণীত বন্যহস্তীৰ উপদ্ৰৱ। আন্ধেৰীজুলিত হাতীৰ গচকত এজনৰ মৃত্যু।নিহত যুৱক জনৰ নাম ৰাজীৱ বড়ো।

Read More

দীৰ্ঘদিনৰ পিছত আজি খুলিছে শিক্ষানুষ্ঠানৰ দুৱাৰ।

আজিৰ পৰা আৰম্ভ হ'ল দশম শ্ৰেণীৰ পাঠদান।প্ৰতিটো শ্ৰেণীকোঠাত থাকিব ৩০জনকৈ ছাত্ৰ–ছাত্ৰী।ছেনিটাইজেশ্যন কৰা হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। পৰ্যায়ক্ৰমে খুলিব আন আন শ্ৰেণীসমূহো।

Read More

গুৱাহাটীৰ এপল’ হাস্পতালত উত্তেজনা

গুৱাহাটীৰ এপল’ হাস্পতালত উত্তেজনা।ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ।মৃত ৰোগীৰ আত্মীয়ই হাস্পতাল চৌহদত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ।হাস্পতাল কৰ্তৃপক্ষই অত্যাধিক ধন সংগ্ৰহ কৰাৰ অভিযোগ পৰিয়ালৰ।

Read More

আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন।

গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ আজি ৭৮ সংখ্যক জন্ম দিৱস। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰ দিনটোতে জন্ম ৰাণাদাৰ। সমগ্ৰ ৰাজ্যই আজি শ্ৰদ্ধাৰে স্মৰণ জয়ন্ত হাজৰিকাক।গুৱাহাটী চানমাৰিস্থিত জয়ন্ত হাজৰিকা উদ্যানতো উদযাপন কৰা হল জয়ন্ত হাজৰিকাৰ ৭৬ সংখ্যক জন্ম দিৱস।লগতে…

Read More

আজি শ্বহীদ দিৱস।

আজি ৪২ৰ শ্বহীদ দিৱস।১৯৪২ চনৰ আজিৰ দিনটোতে বৃটিছৰ গুলী বুকুপাতি লৈছিল কণকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। গহপুৰত বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্বহীদ দিৱসৰ। পিছে দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইসকল শ্বহীদৰ পৰিয়াল আজি লাঞ্ছিত। চৰকাৰ-প্ৰশাসনে অনুষ্ঠিত কৰা শ্বহীদ দিৱস বৰ্জন…

Read More

ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচী।গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।

ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে  বন্ধ ৰাখিছে অসমৰ ছবিগৃহ সমূহ।ছবিগৃহ সমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে  ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।

Read More

ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশেষ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশেষ কাৰ্যসূচী। দীঘলীপুখুৰীপাৰত দুদিনীয়া কাৰ্যসূচীৰে 'নৱ ভাৰত মেলা'ৰ আয়োজন যুৱ মৰ্চাৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ থলুৱা সামগ্ৰীৰ প্ৰদৰ্শন এই মেলাত। মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।…

Read More

এইবাৰ গুৱাহাটীৰ আজাৰাত অসম আৰক্ষীৰ এনকাউণ্টাৰ।

গুৱাহাটীৰ আজাৰাত অসম আৰক্ষীৰ এনকাউণ্টাৰ। দুৰ্ধৰ্ষ গাড়ীচোৰ আকাশদীপ সিং আৰক্ষীৰ গুলীত আহত।আজাৰা আৰক্ষীয়ে আটক কৰিছিল গাড়ীচোৰ আকাশদীপক।

Read More

মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি

মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম 'জ্ঞানস্ৰোত' মুকলি। প্ৰথম পৰ্যায়ত ৯ টা ভাষাত উপলব্ধ। সমগ্ৰ দেশৰ ২৩ খন ৰাজ্য, ৪খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৪ খন শিক্ষা পৰিষদক সামৰি লৈছে "জ্ঞানস্ৰোত"এ। অসমৰ পৰাই আৰম্ভ হ'ব ই-লাৰ্নিঙৰ এই নতুন যাত্ৰা। ছেবাৰ বাবে 'জ্ঞানস্ৰোত'…

Read More

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য।

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য। ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন অম্লানৰ। ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক লাভ অম্লানৰ। অসম এথেলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ শুভেচ্ছা।

Read More
Back To Top