skip to Main Content

উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা।

ব্যাপক প্ৰস্তুতিৰে উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা। ২:৫০ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে সভাপতি ভৱেশ কলিতাই। উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় এই সভা। পতাকা উত্তোলন ৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কেন্দ্ৰীয়…

Read More

CPI ৰ সাংবাদমেল।

CPI ৰ সাংবাদমেল। মহানগৰীৰ ৰাজগড় স্থিত CPI ৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদমেল সম্বোধন। আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য CPI ৰ। উপনিৰ্বাচন হোৱা সকলো সমষ্টিত এজনকৈ শক্তিশালী বিৰোধী প্ৰাৰ্থী থাকিব লাগে। আগন্তুক থাওৰা বিধানসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব CPI য়ে। থাওৰা সমষ্টিৰ…

Read More

লাখটকীয়াৰ ইণ্ডাষ্ট্ৰিয়েল কো’অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ

লাখটকীয়াৰ দি ইণ্ডাষ্ট্ৰিয়েল কো'অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ। মঙলবাৰৰ অভিযানৰ পাছত আজি পুনৰ পান বজাৰ আৰক্ষীৰ লগতে RBI দলৰ অভিযান। তন্ন তন্নকৈ পৰীক্ষা কৰা হয় বেংকৰ নথি-পত্র।

Read More

লতাশিল আৰক্ষীৰ অভিযানত জব্দ গাঞ্জা

পুণৰ লতাশিল আৰক্ষীৰ অভিযানত জব্দ হয় গাঞ্জা৷ ৫ কেজি গাঞ্জা জব্দ কৰিলে Special Operation Groupএ। ৰৌটাৰ পৰা চিটি বাছত আনিছিল গাঞ্জাখিনি৷ বোন্দাত SOGয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। গাঞ্জা ক্ৰয়-বিক্ৰিৰে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিলীপ দৈমাৰী নামৰ লিকজনে…

Read More

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড

মহানগৰী বশিষ্ঠত ডকাইতি কাণ্ড। ওজা হুন্ডাইৰ সমীপত সংঘটিত হয় ডকাইতৰ ঘটনাটো। দিনদুপৰতে গাড়ী ভাঙি ডকাইতে ২ লাখ টকা লুট ৰ চেষ্টা। MZ01K2747 নম্বৰৰ বলেৰু গাড়ীৰ গিলাচ ভাগি লুটৰ চেষ্টা ডকাইতৰ। স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম দিয়ে ডকাঁইটক।

Read More

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কোনে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী!

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক'লে মই এইবাৰ IPLৰ চলিত ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা জনায় জুবিন গাৰ্গে।

Read More

ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেন্দ্ৰিয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ। সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব। সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।

Read More

ৰাজ্যজুৰি ভূ মাফিয়াৰ বিৰুদ্ধে প্ৰশাসন-আৰক্ষীৰ অভিযান।

সোমবাৰে নিশা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৫৩টা মাটিৰ দালালক।গুৱাহাটীৰ পৰা আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই…

Read More

আৰক্ষী বিষয়াৰ ঘৰত চলিছে দেহ ব্যৱসায়।

নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া ।কমলুদ্দিন আহমেদ নামৰ মহানগৰীৰ বশিষ্ঠৰ আৰক্ষী বিষয়াৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ।লগতে উদ্ধাৰ হৈছে এডাল কেকো  সাপ।স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়।

Read More
Back To Top